সমললৈ যাওক

পৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Formicidaeৰ পৰা পুনঃনিৰ্দেশিত)
পৰুৱা
জীৱাশ্ম কাল: 100–0Ma এলবিয়ান – শেহতীয়া
ৰঙা পৰুৱা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Hymenoptera
উপবৰ্গ: Apocrita
মহাপৰিয়াল: Vespoidea
পৰিয়াল: Formicidae
Latreille, 1809
Type genus
ফৰ্মিকা
উপপৰিয়াল

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।[1]

জীৱন আৰু প্ৰজনন

[সম্পাদনা কৰক]

পৰুৱাৰ জীৱন এটি কণীৰ পৰা আৰম্ভ হয়। যদি কণীটো নিষেচিত হয়, পৰুৱা মাইকী হ'ব, নহ'লে মতা। পৰুৱাৰ জীৱনত ৪টা ভাগ থাকে। পৰুৱা সম্পূৰ্ণ ৰূপে ৰূপান্তৰ হয়। ভাগ কেইটা পলু, লেটা আদি। পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। মাথোঁ ৰাণী আৰু প্ৰজননক্ষম মাইকীয়েহে যৌন সম্পৰ্ক কৰিব পাৰে। কিছু বাহত এজনীতকৈ অধিক ৰাণী থাকে।[2]

বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱা মাংসভোজী, তৃণভোজী বা সৰ্বভোজী হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, কীট-পতংগ আদি খায়। কিছু পৰুৱাই গোটি খায়, কিছুৱে ভেকুৰ আদি খায়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.thefreedictionary.com/ant
  2. http://www.animalcorner.co.uk/insects/ants/ant_reproduction.html
  3. http://www.infoplease.com/encyclopedia/science/ant-feeding-habits.html