নেপোলিয়ন বোনাপাৰ্ট
নেপোলিয়ন বোনাপাৰ্ট | |
---|---|
ৰাজত্ব | 18 May 1804 – 11 April 1814 20 March 1815 – 22 June 1815 |
france | 2 December 1804 |
পূৰ্বসূৰী | None (himself as First Consul of the French First Republic; previous ruling monarch was Louis XVI) |
উত্তৰাধিকাৰী | Louis XVIII (de jure in 1814) |
ৰাজত্বকাল | 17 March 1805 – 11 April 1814 |
অভিষেক | 26 May 1805 |
পূৰ্বসূৰী | None (himself as President of the Italian Republic; previous ruling monarch was Emperor Charles V) |
উত্তৰাধিকাৰী | None (kingdom disbanded, next king of Italy was Victor Emmanuel II) |
দাম্পত্য সঙ্গী | Joséphine de Beauharnais Marie Louise of Austria |
সন্তান | |
Napoleon II | |
সম্পূৰ্ণ নাম | |
Napoleon Bonaparte | |
বাসগৃহ | House of Bonaparte |
মাতৃ | Letizia Ramolino |
পিতৃ | Carlo Buonaparte |
সমাধিস্থল | Les Invalides, Paris, France |
স্বাক্ষৰ | |
ধৰ্ম | Roman Catholicism (see Napoleon and religions) |
নেপোলিয়ন বোনাপাৰ্ট (ফৰাচী: Napoléon Bonaparte), (জন্ম:১৫ আগষ্ট, ১৭৬৯; এজাক্সিউ, কৰচিকা, মৃত্যু:৫ মে’, ১৮২১; ছেইণ্ট হেলেনা) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল। তেওঁ নেপোলিয়ন ১ নামেৰে ১১ নৱেম্বৰ, ১৭৯৯ৰ পৰা ৬ এপ্ৰিল ১৮১৪ পৰ্যন্ত ফ্ৰান্সৰ সম্ৰাট আছিল আৰু পুনৰায় ১৮১৫ চনৰ ২০ মাৰ্চৰ পৰা ২২ জুন পৰ্যন্ত অলপ সময়ৰ বাবে ফ্ৰান্সৰ সম্ৰাট আছিল। পৰৱৰ্তী সময়ত তেওঁ ইটালীৰ দেশৰ ৰজা হৈছিল।
তেখেতৰ নেতৃত্বত ফৰাচী সেনাবাহিনী এক দশকৰো অধিক সময় সকলো ইউৰোপীয় শক্তিৰ সৈতে যুদ্ধত অৱতীৰ্ণ হয় আৰু তেওঁ ইউৰোপৰ অধিকাংশ অঞ্চল নিজ আয়ত্তলৈ আনে। ১৮১২ চনত সংগঠিত বিপৰ্যয়কাৰী ৰাছিয়া আগ্ৰাসন একটি যুগঃসন্ধিক্ষণ হিচাপে বিবেচিত হয়। ৰাছিয়া আগ্ৰাসন আৰু ১৮১৩ চনত লিপজিগৰ পৰাজয়ৰ পাছত ষষ্ঠ কোয়ালিচনে ফ্ৰান্সত আগ্ৰাসন চলায় আৰু ইয়াৰ ফলস্বৰূপে নেপোলিয়ন ১৮১৪ৰ এপ্ৰিলত পশ্চাৎপসাৰণ কৰিবলৈ বাধ্য হয়। কিছুদিন পাছত নেপোলিয়নে এটা অভিযান চলায় যিটো হাণ্ড্ৰেড ডেচ নামে পৰিচিত। কিন্তু নেপোলিয়ন ১৮১৫ চনৰ ১৮ জুন ৱাটাৰ্লু যুদ্ধত পৰাজিত হয়। নেপোলিয়নে তেখেতৰ জীৱনৰ বাকী ৬ বছৰ ব্ৰিটিচসকলৰ তত্ত্বাবধানত আটলাণ্টিক মহাসাগৰৰ দ্বীপ ছেইণ্ট হেলেনাত কটায়। তেখেতক ইতিহাসৰ সবাতোকৈ চৰ্চিত ৰাজনীতিজ্ঞ আৰু সেনাধ্যক্ষসকলৰ মাজত উল্লেখযোগ্য হিচাপে বিবেচনা কৰা হয়[1]।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Charles Messenger, ed. (2001). Reader's Guide to Military History. Routledge. পৃষ্ঠা. 391–427. ISBN 9781135959708. http://books.google.com/books?id=VT7fAQAAQBAJ&pg=PA391.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]Napoleon Bonaparte প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |
- The Napoleonic Guide
- Napoleon Series
- International Napoleonic Society
- Biography by the US Public Broadcasting Service
- The last years in St. Helena Archived 2015-01-06 at the Wayback Machine Illustrated chronology of Napoleon's captivity in St. Helena.
- Inside Longwood Archived 2016-02-07 at the Wayback Machine Descriptions of Longwood House, St. Helena, and other places in the island, as well as articles about Napoleon's captivity.
- Booknotes interview with Alan Schom on Napoleon Bonaparte, 26 October 1997.
- Works by or about নেপোলিয়ন বোনাপাৰ্ট in libraries (WorldCat catalog)
- Memoirs of Napoleon সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক।
- John Holland Rose. The Life of Napoleon I সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক।
- John Gibson Lockhart. The History of Napoleon Buonaparte সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক।
- William Milligan Sloane. The Life of Napoleon I. সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক। Vol. 1/4
- William Milligan Sloane. The Life of Napoleon I. সম্পৰ্কীয় তথ্য গুটেনবাৰ্গ প্ৰকল্পত চাওক। Vol. 3/4