ৱিকিৱাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Wikiwandৰ পৰা পুনঃনিৰ্দেশিত)
ৱিকিৱাণ্ড
প্ৰকাৰ ব্যক্তিগত, ষ্টাৰ্ট আপ কোম্পানী
প্ৰতিষ্ঠা ২০১৩
প্ৰতিষ্ঠাপক লায়'ৰ গ্ৰছমেন, ইলান লেৱিন
মূখ্য কাৰ্যালয় ছান ফ্ৰান্সিছকো উপসাগৰীয় অঞ্চল
কৰ্মৰ এলেকা বিশ্বজোৰা
কৰ্মচাৰী ১০+
ৱেবছাইট www.wikiwand.com
পঞ্জীকৰণ বৈকল্পিক
উপলব্ধ ভাষা ইংৰাজী
বৰ্তমানৰ স্থিতি অনলাইন

ৱিকিৱাণ্ড (ইংৰাজী: Wikiwand) ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ চাবৰ উদ্দ্যেশ্যৰে বিকাশ ঘটোৱা এক ছফ্টৱেৰ ইণ্টাৰফেচ।[1] ই বহুকেইটা জনপ্ৰিয় ৱেব ব্ৰাউজাৰত বিনামূলীয়া এক্সটেনশ্যন বা মোবাইল এপ্প হিচাপে উপলব্ধ। ই কাষ্টম নেভিগেশ্যন, বিজ্ঞাপন আৰু প্ৰায়োজিত প্ৰবন্ধসমূহৰ সৈতে এক ইণ্টাৰফেচ ইয়াত সংযোগ কৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Jillian Wong (21 August 2014). "‘WikiWand’ Gives Wikipedia Clean New Layout For A Better Reading Experience". Taxi. http://designtaxi.com/news/368586/WikiWand-Gives-Wikipedia-Clean-New-Layout-For-A-Better-Reading-Experience/। আহৰণ কৰা হৈছে: 22 August 2014. 
  2. "Dieges & Clust - Wikiwand" (en ভাষাত). Wikiwand. http://www.wikiwand.com/en/Dieges_%26_Clust। আহৰণ কৰা হৈছে: 12 July 2020.