সমললৈ যাওক

কঠনা ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
কঠনা ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Apocynaceae
উপপৰিয়াল: Rauvolfioideae
গণ: Tabernaemontana
প্ৰজাতি: T. divaricata
বৈজ্ঞানিক নাম
Tabernaemontana divaricata
R.Br. ex Roem. & Schult.
সমাৰ্থক[1]
তালিকা
    • Ervatamia coronaria (Jacq.) Stapf
    • Ervatamia divaricata (L.) Burkill
    • Ervatamia flabelliformis Tsiang
    • Ervatamia recurva (Roxb. ex Lindl.) Lace
    • Ervatamia siamensis (Warb. ex Pit.) Kerr
    • Jasminum zeylanicum Burm.f.
    • Kopsia cochinchinensis Kuntze
    • Nerium coronarium Jacq.
    • Nerium divaricatum L.
    • Nyctanthes acuminata Burm.f.
    • Reichardia grandiflora Dennst.
    • Reichardia jasminoides Dennst.
    • Taberna discolor (Sw.) Miers
    • Tabernaemontana citrifolia Lunan
    • Tabernaemontana coronaria (Jacq.) Willd.
    • Tabernaemontana discolor Sw.
    • Tabernaemontana flabelliformis (Tsiang) P.T.Li
    • Tabernaemontana gratissima Lindl.
    • Tabernaemontana indica Willd. ex Roem. & Schult. [Illegitimate]
    • Tabernaemontana lurida Van Heurck & Müll.Arg.
    • Tabernaemontana recurva Roxb. ex Lindl.
    • Tabernaemontana siamensis Warb. ex Pit.
    • Testudipes recurva (Roxb. ex Lindl.) Markgr.
    • Vinca alba Noronha

কঠনা ফুল (ইংৰাজী: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero's Crown)[2][3] হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দ্বৈত বা আধাদ্বৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে, পাহিবোৰ চেপেটা। ফল সেউজীয়া, ভিতৰত ৰঙা আৰু বিদাৰী।

ইয়াৰ দ্বিপদী বৈজ্ঞানিক নাম Tabernaemontana divaricata। বাংলাদেশত ইয়াৰ অন্য জনপ্ৰিয় নাম কাঠমল্লিকা। কাঠমল্লিকা ফুলৰ আৰু অনেক সুন্দৰ সুন্দৰ নাম আছে, যেনে: চাঁদনী, কড়ি। কাণ্ডত গাখীৰৰ দৰে ৰস থাকে বাবে ইয়াক কোনো কোনো এলেকাত দুধফুল নামেও আখ্যায়িত কৰা হয়। ইয়াৰ মূল সৌন্দৰ্য্য হৈছে বিশুদ্ধ বগা বৰ্ণৰ ফুল। নামনি অসমত এই ফুলক বহুতে কাঠেন্দা বুলিও কয় ৷ বসন্ত দেখা দিলে এই ফুলেৰে অসমীয়া সমাজত পূজা কৰাৰ আচাৰ বহু ঠাইত দেখা যায় ৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Plant List: A Working List of All Plant Species". Archived from the original on 2018-11-23. https://web.archive.org/web/20181123154212/http://www.theplantlist.org/tpl/record/kew-200675। আহৰণ কৰা হৈছে: 2019-04-24. 
  2. "ITIS standard report: Tabernaemontana divaricata (L.) R. Br. ex Roem. & Schult.". 4 October 2012. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=505424. 
  3. Medicinal Plants of India and Pakistan, Dastur J.F., pub.1962 by D.P. Taraporevala Sons and Co. Private Ltd., Mumbai, 4th Indian reprint 1977