সমললৈ যাওক

খাচী আৰু জয়ন্তীয়া পাহাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খাচী-জয়ন্তীয়া পাহাৰ
অসম প্ৰদেশ, ব্ৰিটিছ শাসিত ভাৰতজিলা
১৯১২–১৯৪৭

বেংগল গেজেটত খাচী আৰু জয়ন্তীয়া পাহাৰ, ১৯০৭
কালি 
•  1901
15,947 বৰ্গ কি.মি. (6,157 বৰ্গ মাইল)
Population 
• 1901
1,97,904
ইতিহাস 
১৯১২
১৯৪৭
Today part of
খাচী ৰাজ্যসমূহ, ১৯৪৭

খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল।[2] এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।[3]

জয়ন্তীয়া পাহাৰ

[সম্পাদনা কৰক]

জয়ন্তীয়া পাহাৰ খাচী পাহাৰৰ পূবে অৱস্থিত। জয়ন্তীয়া জাতিৰ এলেকা (জনজাতীয় অঞ্চল) সমূহৰ বাৰজন মুখিয়ালক দলৈ (Dolloi) হয় আৰু ঠাইডোখৰকো তেওঁলোকৰ নামেৰে খাচীত KA RI KHADAR DOLLOI বা "১২জন জনজাতীয় মুখিয়ালৰ অঞ্চল" বোলা হয়।

তেওঁলোকৰ ওপৰত জয়ন্তীয়াপুৰৰ ৰজাৰ স্থান। তেওঁৰ শীতকালৰ প্ৰসাদ বৰ্তমানৰ বাংলাদেশত আৰু জহকালিৰ বাসস্থান আগৰ চুট্‌ংগাৰ পৰা নাৰ্টিয়াংলৈ স্থানান্তৰিত কৰা হৈছে।

জয়ন্তীয়া পাহাৰ আগতে জয়ন্তীয়া পাৰ্বত্য জিলাৰ অংশ আছিল। ২০১২ চনৰ ৩১ জুলাইত ইয়াক পূব জয়ন্তীয়া পাৰ্বত্য জিলা আৰু পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাত ভাগ কৰা হৈছে।

খাচী পাহাৰ

[সম্পাদনা কৰক]

খাচী পাহাৰ গাৰো পাহাৰৰ পূবে অৱস্থিত। বিশটা ক্ষুদ্ৰ অঞ্চলৰ (hima) বা তাতোকৈ সৰু অঞ্চলৰ বাহিৰে খাচী জনজাতিৰ আন ৰাজকীয় শাসক নাই। বিভিন্ন উপায়েৰে বাছনি কৰা Siem বা Syiem নামৰ মুখিয়ালে সেইসমূহ শাসন কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chisholm, Hugh, ed. (1911). "Khasi and Jaintia Hills". Encyclopædia Britannica. 15 (11th ed.). Cambridge University Press. pp. 773–774. 
  2. The Assam Legislative Assembly
  3. "Integration of the North East: the State Formation Process". Archived from the original on 2014-02-19. https://web.archive.org/web/20140219000110/http://www.ide.go.jp/English/Publish/Download/Jrp/pdf/133_3.pdf। আহৰণ কৰা হৈছে: 2019-07-18. 
  4. Great Britain India Office. The Imperial Gazetteer of India. Oxford: Clarendon Press, 1908.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]