জীৱনীকোষ (গ্ৰন্থ)
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
জীৱনীকোষ | |
---|---|
লেখক | শান্তনু কৌশিক বৰুৱা |
প্ৰচ্ছদ শিল্পী | দিগন্ত বিজয় |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বিষয় | শিক্ষামূলক, জীৱনীভিত্তিক, তথ্যসমৃদ্ধ |
প্ৰকাৰ | টোকা সংকলন |
প্ৰকাশক | জ্যোতি প্ৰকাশন |
প্ৰকাশ | জানুৱাৰী, ২০২১ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ৫২০ |
জীৱনীকোষ(ইংৰাজী: Jiwanikosh) হৈছে শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনা, সংকলন আৰু সম্পাদনাত প্ৰকাশিত এখন অসমীয়া ভাষাৰ জীৱনী গ্ৰন্থ। ইয়াত দেশ-বিদেশৰ প্ৰায় ১,৪০০ ব্যক্তিৰ জীৱন-টোকা সন্নিৱিষ্ট আছে। ব্যক্তিসকলৰ সম্যক-জীৱন টোকা বস্তুনিষ্ঠভাৱে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি সন্নিৱিষ্ট হৈছে। কিতাপখনৰ প্ৰথম জ্যোতি প্ৰকাশ সংস্কৰণ হৈছে ২০২১ চনৰ জানুৱাৰী মাহত। সৰ্বমুঠ ৫২০ পৃষ্ঠাৰ কিতাপখনৰ মূল্য ৫৫০ টকা।[1][2]
বিৱৰণ
[সম্পাদনা কৰক]লেখকৰ চমু পৰিচয়
[সম্পাদনা কৰক]তথ্যৰ বৈচিত্ৰময় তথা গতিশীল জগতখনৰ লগত পঢ়ুৱৈক চিনাকি কৰোৱা লেখক, সাংবাদিক, তথ্যসম্ৰাট শান্তনু কৌশিক বৰুৱাৰ পৰিকল্পনাত সংকলিত হৈছে জীৱনীকোষ। তেখেতৰ এই কাৰ্যত প্ৰকল্প সহযোগী হিচাপে থকা প্ৰীতিমা কৌশিক বৰুৱাৰ লগতে সংকলন সহযোগীসকল হৈছে, অভিজিত শৰ্মা বৰুৱা, ঈশান জ্যোতি বৰা, ড০ প্ৰীতমপ্ৰিয়া গোস্বামী, নয়নজ্যোতি বৰা, ড০ প্ৰসেনজিৎ খনিকৰ আৰু অনামিকা বড়া।[1][2]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 শান্তনু কৌশিক বৰুৱা (জানুৱাৰী,২০২১). জীৱনীকোষ. জ্যোতি প্ৰকাশন.
- ↑ 2.0 2.1 "প্ৰকাশ পালে প্ৰথম অসমীয়া সৰ্ববৃহৎ জীৱনী সংকলন". বাতৰি. নিয়মীয়া বাৰ্তা. ৩১ ডিচেম্বৰ,২০২০.