জেন অষ্টিন
অৱয়ব
জেন অষ্টিন | |
---|---|
জন্ম | ১৬ ডিচেম্বৰ, ১৭৭৫ ষ্টিভেনটন ৰেক্টৰী, হেম্পশ্বায়াৰ, ইংলেণ্ড |
মৃত্যু | ১৮ জুলাই, ১৮১৭ (৪১ বছৰ) ৱিনচেষ্টাৰ], হেম্পশ্বায়াৰ, ইংলেণ্ড |
সমাধিস্থল | ৱিনচেষ্টাৰ কেথেড্ৰেল, হেম্পশ্বায়াৰ, ইংলেণ্ড |
শিক্ষা | ৰিডিং এবি গাৰ্লছ স্কুল |
সময় | ১৭৮৭-১৮১৭ |
স্বাক্ষৰ |
জেন অষ্টিন (ইংৰাজী: Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৭৭৫ চনৰ ১৬ ডিচেম্বৰত হেম্পশ্বায়াৰৰ ষ্টিঙেনটনত জেন অষ্টিনৰ জন্ম হয়।
শিক্ষা
[সম্পাদনা কৰক]- ১৭৪৩ চনত এন কাউলীয়ে অষ্টিন আৰু তেওঁৰ ভগ্নী কেচান্দ্ৰাক শিক্ষা গ্ৰহণৰ বাবে অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ পঠাইছিল।
সাহিত্য ৰাজি
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- Sense and Sensibility (১৮১১)
- Pride and Prejudice (১৮১৩)
- Mansfield Park (১৮১৪)
- Emma (১৮১৫)
- Northanger Abbey (১৮১৮, মৰণোত্তৰভাৱে)
- Persuasion (১৮১৮, মৰণোত্তৰভাৱে)
- Lady Susan (১৮৭১, মৰণোত্তৰভাৱে)
অসম্পূৰ্ণ কল্পকাহিনী
[সম্পাদনা কৰক]- দ্য ৱাটছনছ
- চেণ্ডিটন
মৃত্যু
[সম্পাদনা কৰক]- ১৮১৭ চনৰ ১৮ জুলাইত তেখেতৰ মৃত্যু হয়।