নীল কলমৌ
অৱয়ব
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
নীল কলমৌ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Convolvulaceae |
গণ: | Ipomoea |
বৈজ্ঞানিক নাম | |
Ipomoea nil (L.) Roth | |
সমাৰ্থক | |
|
নীল কলমৌ (বৈজ্ঞানিক নাম: Ipomoea nil) ইপমিয়া মৰ্ণিং গ্লৰিৰ এটা প্ৰজাতি। ই নাতিহিতোষ্ণ অঞ্চলৰ থলুৱা উদ্ভিদ। ই প্ৰায় সমগ্ৰ বিশ্বতে বিস্তৃত হৈ থকা এটা প্ৰজাতি। ইয়াৰ অন্য সাধাৰণ নামবোৰ হৈছে, পিকটি মৰ্ণিং গ্লৰি (picotee morning glory), আইভি মৰ্ণিং গ্লৰি (ivy morning glory), আৰু জাপানীজ মৰ্ণিং গ্লৰি (Japanese morning glory)।
কৃষি
[সম্পাদনা কৰক]পৃথিৱীৰ বহু ঠাইত আলংকাৰিক বৃক্ষ হিচাপে নীল কলমৌৰ খেতি কৰা হয়। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰ ৩-৮ চেমি দীঘল, তিনিকোণীয়া। নীলা, গুলপীয়া, বগা আদি ভিন্ন ৰঙৰ ফুল ফুলা দেখা যায়। ইয়াৰ কিছুমান কাল্টিভাৰ হৈছে 'Scarlet O'Hara', 'Early Call', and 'Rose Silk' আদি। [1][2]
ইয়াৰ হাইব্ৰিড প্ৰজাতিও আছে, যেনে I. x imperialis (ইম্পেৰিয়েল জাপানীজ মৰ্ণিং গ্লৰি), Ipomoea nil x imperialis আদি।[3]
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]-
চিত্ৰকলা
-
ফুলৰ বজাৰ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Morning Glory Scarlet O'Hara". The National Gardening Association. Archived from the original on 2011-07-26. https://web.archive.org/web/20110726073452/http://www.gardenerhelp.org/index.php/content/view/1521/33/। আহৰণ কৰা হৈছে: 2009-01-15.
- ↑ Halpin, Anne (2007-05-01). "TWINERS: Morning glories, moonflowers, and their relatives". Horticulture magazine. http://www.hortmag.com/article/Fine/। আহৰণ কৰা হৈছে: 2009-01-15.
- ↑ "NaturalPedia". Archived from the original on 2011-07-14. https://web.archive.org/web/20110714155950/http://www.naturalpedia.com/Ipomoea_hederacea.html। আহৰণ কৰা হৈছে: 2019-06-07.