লতা কৰৱী
অৱয়ব
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
লতা কৰৱী | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Apocynaceae |
গণ: | Allamanda |
প্ৰজাতি: | A. cathartica |
বৈজ্ঞানিক নাম | |
Allamanda cathartica L. | |
সমাৰ্থক[1] | |
|
লতা কৰৱী (বৈজ্ঞানিক নাম: Allamanda cathartica)ক, ইংৰাজীত সাধাৰণতে গল্ডেন ট্ৰাম্পেট (golden trumpet)[2] কমন ট্ৰামপেটভাইন (common trumpetvine),[2] আৰু য়েল্লৌ আলামান্দা (yellow allamanda) বুলি কোৱা হয়।[2] ই হৈছে এপচাইনেছিয়া পৰিয়ালৰ অন্তৰ্গত আলামান্দা গণৰ এবিধ সপুষ্পক উদ্ভিদ। ই ব্ৰাজিলৰ থলুৱা প্ৰজাতি।
ই ২০ ফুট পৰ্যন্ত হব পাৰে।[3]
ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on 18 May 2019. https://web.archive.org/web/20190518084512/http://www.theplantlist.org/tpl1.1/record/kew-6157। আহৰণ কৰা হৈছে: 10 July 2014.
- ↑ 2.0 2.1 2.2 USDA, ARS, Germplasm Resources Information Network. লতা কৰৱী in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 2 September 2014.
- ↑ "Golden Trumpet Plant". Garden Guides. Archived from the original on 2012-03-13. https://web.archive.org/web/20120313144538/http://www.gardenguides.com/98570-golden-trumpet-plant.html#ixzz1OvuMi9Pp। আহৰণ কৰা হৈছে: 2012-07-06.
- ↑ Símbolos Oficiales. Archived 2014-08-22 at the Wayback Machine Municipio de Canóvanas.
ৱিকিমিডিয়া কমন্সত লতা কৰৱী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |