শক্তি চট্টোপাধ্যায়
অৱয়ব
শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
সাহিত্যকৃতি
[সম্পাদনা কৰক]- হে প্ৰেম হে নৈঃশব্দ্য (১৯৬২)
- ধৰ্মেও আছি জিৰাফেও আছি (১৯৬৭)
- সোনাৰ মাছি খুন কৰেছি (১৯৬৮)
- অন্ধকাৰ নক্ষত্ৰ মাঝে তুমি অন্ধকাৰ (১৯৬৮)
- হেমন্তেৰ অৰণে আমি পোস্টম্যান (১৯৬৯)
- মাটিৰ বাড়ি (১৯৭১)
- চতুৰ্দশপদী কবিতাবলী (১৯৭০)
- প্ৰভু নষ্ট হয়ে যাই (১৯৭২)
- সুখে আছি (১৯৭৪)
- ঈশ্বৰ থাকেন জলে (১৯৭৫)
- অস্ত্ৰেৰ গৌৰবহীন একা (১৯৭৫)
- জ্বলন্ত ৰুমাল (১৯৭৫)
- ছিন্নবিচ্ছিন্ন (১৯৭৫)
- সুন্দৰ এখানে নয় (১৯৭৬)
- কবিতায় তুলো ওড়ে (১৯৭৬)
- যেতে পাৰি কিন্তু কেন যাবো (১৯৮৩ [সাহিত্য অকাদেমি পুৰস্কাৰ]
- ভাত নেই পাথৰ ৰয়েছে (১৯৭৯)
- অঙ্গুৰি তোৰ হিৰণ্যজল (১৯৮০)
- প্ৰচ্ছন্ন স্বদেশ (১৯৮১)
- কক্সবাজাৰে সন্ধ্যা (১৯৮৫)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- মৃত্যুৰ পৰেও যেন হেঁটে যেতে পাৰি: ড॰ কুনাল চট্টোপাধ্যায়, কলিকতা বিশ্ববিদ্যালয়।