অনুভৱ মহান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুভৱ মহান্তি
ଭୁବନେଶ୍ୱରର ଉତ୍କଳ ମଣ୍ଡପରେ ହେଉଥିବା ୨୦୧୪ ଓଡ଼ିଶା ରାଜ୍ୟ ଚଳଚ୍ଚିତ୍ର ପୁରସ୍କାର ଉତ୍ସବରେ ଭାଷଣ ଦେଉଥିବା ବେଳେ ମହାନ୍ତି
ভুৱনেশ্বৰৰ উৎকল মণ্ডপত অনুষ্ঠিত হোৱা ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৪ত ভাষণ দি থকা অৱস্থাত অনুভৱ মহান্তি
জন্ম অনুভৱ মহান্তি
২০ জানুৱাৰী, ১৯৮১ (৪৩ বছৰ)
কটক, ওড়িশা
অন্য নাম ফাপুন
শিক্ষা স্নাতক
জনা যায় ওড়িয়া অভিনেতা, প্ৰয়োজক আৰু কাহিনীকাৰ
দাম্পত্যসঙ্গী বৰ্ষা প্ৰিয়দৰ্শিনী
পিতৃ-মাতৃ অভয় কুমাৰ মহান্তি
মধুস্মিতা মহান্তি

অনুভৱ মহান্তি (ওড়িয়া: ଅନୁଭବ ମହାନ୍ତି) (জন্ম: ২০ জানুৱাৰী ১৯৭৭) ওড়িশাত বাস কৰা এজন ওড়িয়া চলচ্চিত্ৰৰ অভিনেতা, লোকসভাৰ সদস্য আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য। ২০০৪ চনত আই লাভ ইউ ছবিৰ জৰিয়তে তেওঁ অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ সাথী আমাৰ নামৰ চলচ্চিত্ৰৰ মাধ্যমেৰে বাংলা চলচ্চিত্ৰৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কেন্দ্ৰপড়া লোকসভা সমষ্টিৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী বৈজয়ন্ত পাণ্ডাৰ হাতত পৰাস্ত হৈ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ [1]

চলচ্চিত্ৰ জীৱন[সম্পাদনা কৰক]

২০০৪ চনত আই লাভ ইউ [2] ৰ জৰিয়তে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুভৱে এতিয়ালৈকে ৩৩খনতকৈও অধিক ওডিয়া আৰু বাংলা ছবিত অভিনয় কৰিছে।

অভিনয় কৰা কেইখনমান ওড়িয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]

কথাছবি মুক্তিৰ বছৰ নিৰ্দেশক
লাভ ইন লণ্ডন ২০২৩ তাপস সৰঘৰিয়া [3]
প্ৰেম কুমাৰ [4] ২০১৮ তাপস সৰঘৰিয়া
অভয় ২০১৭ মুৰলী কৃষ্ণা
বেবি ২০১৬ মুৰলী কৃষ্ণা
অগস্ত্য ২০১৬ মুৰলী কৃষ্ণা
গপ হেলেবি সত ২০১৫ মুৰলী কৃষ্ণা
মেণ্টাল ২০১৪ দিলিপ পণ্ডা
ছামথিং ছামথিং ২ ২০১৪ সুধাকৰ বসন্ত
হাতে ধৰি চালুথা ২০১৩ হিমাংশু পৰিজা
মো' দুনিআ তু হি তু [5] ২০১৩ সুধাকৰ বসন্ত
এসিপি ৰণবীৰ ২০১২ সুধাকৰ বসন্ত [6]
মেট্ৰিক্ ফেল্ ২০১২ সুধাকৰ বসন্ত
ছামথিং ছামথিং ২০১২ সুধাকৰ বসন্ত
বালুঙ্গা টোকা ২০১১ সুধাকৰ বসন্ত
মোষ্ট ৱাণ্টেড ২০১১ সুশান্ত মণি
দিৱানা ২০১০ অশোক পতি
ডন ২০১০ সুধাংশু সাহু
অভিমন্যু ২০০৯ সুশান্ত মণি
সাতসুৰে বন্ধা এ জীৱন ২০০৯ এছ. কে. মুৰলিধৰন
আকাশে কি ৰঙ্গ লাগিলা ২০০৯ এছ. কে. মুৰলিধৰন
প্ৰেমী নম্বৰ ৱান ২০০৯ দেবু পট্টনায়ক
তো বিনা মো কাহাণী অধা ২০০৭ সঞ্জয় নায়ক
সাথীৰে ২০০৪ হৰ পট্টনায়ক
আই লভ য়ু ২০০৪ হৰ পট্টনায়ক

বাংলা ভাষাত অভিনয় কৰা চলচ্চিত্ৰ[সম্পাদনা কৰক]

কথাছবি মুক্তিৰ বছৰ নিৰ্দেশক
সাথী আমাৰ
খল নায়ক
স্বাৰ্থপৰ
এৰি নাম প্ৰেম
জীবনসাথী

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "ବୈଜୟନ୍ତଙ୍କୁ ହରାଇଲେ ଅନୁଭବ" (en-US ভাষাত). Sambad. 2019-05-24. http://sambad.in/state/anubhav-mohanty-win-election-at-kendrapada-367426/। আহৰণ কৰা হৈছে: 2019-05-24. 
  2. "ଏହି ପପୁଲାର ନିର୍ଦ୍ଦେଶକଙ୍କ ସହ କାମ କରିନାହାନ୍ତି ଓଲିଉଡ ସୁପରଷ୍ଟାର ଅନୁଭବ". OdishaLIVE. 31 May 2018. Archived from the original on 27 March 2020. https://web.archive.org/web/20200327014143/https://odisha.live/2018/05/31/ollywood-star-anubhav-mohanty-never-worked-with-these-popular-directors/। আহৰণ কৰা হৈছে: 27 August 2018. 
  3. "ଅନୁଭବଙ୍କ ଅନୁଭୂତି". ସକାଳ. 30 April 2023. Archived from the original on 10 September 2023. https://web.archive.org/web/20230910182632/https://www.sakalaepaper.com/media/2023-04/30053316-page-02.jpg। আহৰণ কৰা হৈছে: 10 September 2023. 
  4. http://www.odia99.com/2018/03/prem-kumar-odia-movie-hd-video-song-anubhav.html
  5. "Mo Duniya Tu Hi Tu- New Odia movie releasing on 11th January - Odisha Views - Odisha Views". odishaviews.com. 2013. http://www.odishaviews.com/mo-duniya-tu-hi-tu-new-odia-movie-releasing-on-this-january/। আহৰণ কৰা হৈছে: 16 January 2013. "Release Date – 11th January 2013" 
  6. http://articles.timesofindia.indiatimes.com/2012-10-19/bhubaneswar/34582975_1_odia-films-multiplexes-acp-ranveer[সংযোগবিহীন উৎস]