অপাৰেটিং চিষ্টেম

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

অপাৰেটিং চিষ্টেম হৈছে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচোৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰোগ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ ও ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমুহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰোগ্ৰামক সেয়া প্ৰদান কৰে।

[সম্পাদনা কৰক] অপাৰেটিং চিষ্টেমৰ উদাহৰণ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত