ৱিকিপিডিয়া:সহায়িকা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    
চমুপথবোৰ:
WP:T
WP:TUTOR

ৱিকিপিডিয়া সম্পাদনা সহায়িকা – ভূমিকা

Wikipedia video tutorial-1-Editing-en.ogv
ৱিকিপিডিয়াৰ সম্পাদক হোৱাৰ সহায়ক ভিডিঅ' (ইং)

ৱিকিপিডিয়া এখন যুটীয়াভাবে সংকলিত বিশ্বকোষ। ইয়াত আপুনিও অংশগ্ৰহণ কৰিব পাৰে। এই সহায়িকা আপোনালোকক সম্পাদনাৰ কামত সহায় কৰিবলৈ লিখা হৈছে।

ইয়াৰ পৃষ্ঠাসমূহত ৱিকিপিডিয়াৰ প্রবন্ধসমূহৰ আংগিক আৰু বিষয়বস্তু, ৱিকিপিডিয়াৰ সভ্যসকল, ৱিকিপিডিয়াৰ নীতি-নিৰ্দেশনাসমূহ তথা কামৰ ধৰণ আদি সম্পৰ্কীয় তথ্য যোগান ধৰা হৈছে।


ই এক চমু সহায়িকা মাত্র, বিশদ বিৱৰণ নহয়। অধিক জানিবলৈ সংশ্লিষ্ট লিংকবোৰ চাওক।


আপুনি পৰীক্ষা-নিৰীক্ষা কৰি চাবৰ বাবে কিছুমান "পৰীক্ষাগাৰ" পৃষ্ঠা সৃষ্টি কৰা হৈছে। এই পৃষ্ঠাসমূহত আপুনি নিৰ্ভয়ে, নিজৰ ইচ্ছামতে পৰীক্ষা কৰি চাব পাৰে।

গতিকে, আহক, সম্পাদনা কৰিবলৈ শিকোঁ!



পৰৱৰ্তী পৃষ্ঠা: আহক, সম্পাদনা কৰিবলৈ শিকোঁ
ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত