অসমীয়া সাহিত্যৰ ৰূপৰেখা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া সাহিত্যৰ ৰূপৰেখা  
লেখক মহেশ্বৰ নেওগ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশ ১৯৬২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷[1] গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. Dr. Maheswar Neog. Name: Asomiya Sahityar Ruprekha. http://www.ltkcollegedigitallibrary.com/readbook/booksingle.php?id=206.