অৰ্জুন দৈৱজ্ঞ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্জুন দৈৱজ্ঞ ১৭ শতিকাৰ অসমৰ এগৰাকী জ্যোতিষী আছিল। গদাধৰ সিংহ ৰজা হোৱাৰ আগতে পলাই ফুৰা কালচোৱাত এখেতেই ভৱিষ্যতে গদাধৰ সিংহ ৰজা হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল। এই ভৱিষ্যত বাণী সঁচা হোৱাৰ পাছত গদাধৰ সিংহই এখেতক ৰাজজ্যোতিষী পাতিছিল।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী