ইউনিক'ডত অসমীয়া–বঙালী লিপি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বঙালী আৰু অসমীয়া
পৰিসৰ‌ U+0980..U+09FF
(১২৮ ক'ড বিন্দু)
Plane বহুভাষিক (BMP)
লিপি অসমীয়া
বঙালী
প্ৰধান বৰ্ণ অসমীয়া
বঙালী
ব্যৱহৃত ৯২ ক'ড বিন্দু
অব্যৱহৃত ৩৬ সংৰক্ষিত ক'ড বিন্দু
উৎসৰ মান ISCII
ইউনিক'ড সংস্কৰণৰ ইতিহাস
১.০.০ 89 (+89)
৪.০ 90 (+1)
৪.১ 91 (+1)
৫.২ 92 (+1)
টোকা: [1][2]

বঙালী আৰু অসমীয়া ইউনিক'ড ব্লকত অসমীয়া, বঙালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গাৰো, হাল্লাম, খাছী, মুণ্ডা, মিজো, নগা, ৰিয়ান, ডফলা আৰু চাঁওতালি ভাষাবঙালী আৰু অসমীয়া লিপিৰ চিহ্ন ব্যৱহাৰ কৰা হৈছে। ইয়াৰে U+0981..U+09CDলৈ চিহ্নসমূহ ১৯৮৮ ISCII মানৰ বঙালী চিহ্ন A1-EDৰ প্ৰতক্ষ্য প্ৰতিলিপি, লগতে U+09F0 স্তম্ভৰ বহুকেইটা চিহ্ন হৈছে অসমীয়া ISCII চিহ্ন। একেধৰণে দেৱনাগৰী, গুৰুমুখী, গুজৰাটী, ওড়িয়া, তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ইউনিক'ড ব্লকবোৰো ISCII ইনক'ডিঙত গঠিত হৈছে।

বঙালী[1][2]
অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১৩.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Unicode character database". The Unicode Standard. http://www.unicode.org। আহৰণ কৰা হৈছে: 22 March 2013. 
  2. The Unicode Standard Version 1.0, Volume 1. Addison-Wesley Publishing Company, Inc.. 1990, 1991. ISBN 0-201-56788-1.