কৃষক বনুৱা পঞ্চায়ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতঅসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল। [1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Sen Gupta, Susmita. Radical Politics in Meghalaya: Problems and Prospects. Delhi: Kalpaz Publications, 2009. p. 31