গণিতৰ ইতিহাস
Wikipedia -ৰ পৰা
গণিতৰ ইতিহাস
ইংৰাজী "mathematics" শব্দটো গ্রিক μάθημα (মাতেমা)-ৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানকে বোজায়।