জ্যোতিৰ্বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জ্যোতিৰ্বিজ্ঞান (ইংৰাজী: Astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer) বোলা হয়।

হাবল মহাশূন্য দূৰবীণৰ জৰিয়তে তোলা এটা নীহাৰিকাৰ ছবি।