নীলকান্ত চোলাধৰা ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নীলকান্ত চোলাধৰা ফুকন আহোম ৰাজবিষয়া আছিল৷ তেওঁ অসম ১৮৫৭ চনত হোৱা বৃটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহযোগ কৰিছিল[1] আৰু ইয়াৰ বাবে কাৰাবৰণ কৰিবলগীয়া হৈছিল৷ ইংৰাজ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰি ১৪ বছৰৰ বাবে কলিয়াপানীলৈ নিৰ্বাসন দিছিল৷[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰামত অসম". Archived from the original on 31 August 2023. https://web.archive.org/web/20230831150939/https://windowtv.in/featuredarticle-assam-independence-movement/। আহৰণ কৰা হৈছে: 31 August 2023. 
  2. বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১২১. ISBN 978-81-7339-428-7.