পদ্মবিভূষণ অসমীয়াৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত। ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। বৰ্তমানলৈ ২ গৰাকী অসমীয়া এই সন্মানৰ দ্বাৰা বিভূষিত হৈছে। এই সন্মান লাভ কৰা অসমীয়াসকলৰ নাম, অৱদানৰ ক্ষেত্ৰ আৰু বঁটা প্ৰাপ্ত চনৰ তালিকা তলত উল্লেখ কৰা হ'ল।[1]

তালিকা[2][সম্পাদনা কৰক]

# চন ব্যক্তিৰ নাম আলোকচিত্ৰ অৱদানৰ ক্ষেত্ৰ
১৯৭১ বিমলা প্ৰসাদ চলিহা
অসামৰিক সেৱা
২০১২ ভূপেন হাজৰিকা
কলা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]