বাৰ্তা:অ'লিংগুইট'

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইংৰাজী নামটো চাই অসমীয়া নামটো মোৰ মতে অ'লিঙ্গুইট' (বা সৰলকৈ অ'লিংগুইট')হ'ব লাগে। 'ও' উচ্চাৰণটো ইংৰাজী ভাষাত তেনেকৈ নাই। গতিকে লিপ্যন্তৰত যিমান পাৰি অ' কৰিলেই ভাল। কিছুমান আগৰে পৰা থকা শব্দ যেনে- টেলিফোন আদিবোৰ জনপ্ৰিয় হৈ পৰা বাবে সলাব নালাগে। — গীতাৰ্থ বৰদলৈ (talk) 06:57, 17 আগষ্ট 2013 (UTC)

নামটোত মোৰ সন্দেহ আছিলেই৷ সেয়ে আগতীয়াকৈ ৱিকিত প্ৰবন্ধটো সৃষ্টি নকৰি 'অসমীয়াত কথা-বতৰা' গোটত দি চাইছিলো৷ ভাবিছিলো, নামটো অসঁজা হ'লে কোনোবাই শুধৰাই দিব৷ কোনেও নামটো লৈ আপত্তি নকৰা দেখি ইয়াত দি দিলো৷ মোৰ মতে অ'লিংগুইট' ভাল হ'ব কিজানি৷ তুমি সলাই দিব পাৰিবানে? জলি বৰা (talk) 07:02, 17 আগষ্ট 2013 (UTC)

কৰিলোঁ। ভিতৰৰবোৰ সলাই দিয়াচোন। ম‌ই ঘৰলৈ যাওঁ :) — গীতাৰ্থ বৰদলৈ (talk) 07:04, 17 আগষ্ট 2013 (UTC)