সদস্য বাৰ্তা:Gitartha.bordoloi

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

আৰ্কাইভ

পুৰণি বাৰ্তা:২০১১
পুৰণি বাৰ্তা:২০১২ জানুৱাৰী-মাৰ্চ

WikiDefender Barnstar Hires.png
Goldenwiki 2.png

সূচী

[সম্পাদনা কৰক] সাঁচ

সাঁচটো অলপ সলনি কৰিম| সকলো নতুন পৃষ্ঠাতে সেইটো ব্যৱহাৰ কৰিম বুলি ভাবিছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:07, 26 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] বেটুপাত

কাইলৈ কৰিম দেই| আজি শুম আৰু| টোপনি আহিছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:56, 26 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] ৱিকিপত্ৰিকা

চালো| ভাল কাম এটাই হাতত লৈছা| ভৱিষ্যতে ভাল কামত আহিব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:54, 27 মাৰ্চ 2012 (UTC)

ফে'চবুকত Share কৰাৰ আগেয়ে পৃষ্ঠাটো আৰু অলপ বিকাশ সাধন কৰা উচিত| মই যিমান পাৰো সহায় কৰিম| কৰ্মশালাৰ ঘটনাৱলীখন ভৰাম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:16, 27 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] বেটুপাত

দুয়োটা পক্ৰিয়াই গ্ৰহনযোগ্য| চাইপুদা বহ্দিন নাই| গতিকে অলপ সমস্যা আছে| আনহাতে মেনুৱেলী এমাহৰ বাবে তৈয়াৰ কৰাত অসুবিধা একো নাই| কিন্তু চিত্ৰখন সংযোজন কৰাৰ পাছত বেটুপাতৰ গঠনটোৱো অলপ সলাব লাবিব যেন পাইছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:59, 27 মাৰ্চ 2012 (UTC)

বেটুপাতত সহায় খিনি তলত আৰু পৰিচিতি খিনি ওপৰত হ’লে ভাল হ’ব নেকি? চিত্ৰখন সংযোজন কৰিলে এইটো কথাও ভাবিবচোন দীপাংকৰ চেতিয়া বাৰ্তা 14:50, 28 মাৰ্চ 2012 (UTC)


ভাল লাগিছে এইটো, সোণকালে দিবহে লাগে, ভাল (লগতে কপিৰাইট info থকা) ছবিবোৰো বাচিব আৰম্ভ কৰিব পাৰি আৰু এতিয়া দীপাংকৰ চেতিয়া বাৰ্তা 08:35, 29 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] ৱিকিপত্ৰিকা

গীতাৰ্থ দাদা ৱিকিপত্ৰিকাৰ বাবে ৰাইজৰ চ’ৰাত বা ফেচবুকত তিনি চাৰি শাৰীৰ ভিতৰত কৰ্মপদ্ধতি এটা লিখি দিবনে, ভাল হ’ব? নহ’লে কামটো কৰিবলৈ কোনেও মূৰ নাপাব? (ম‍ইয়ো পোৱা নাই বুলি ক’ব খুজিছো আচলতে) দীপাংকৰ চেতিয়া বাৰ্তা 14:47, 28 মাৰ্চ 2012 (UTC)

অলপ চাইছিলো, এতিয়া ভাল হৈছে| ম‍ই হাত দিম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:56, 1 এপ্ৰিল 2012 (UTC)

[সম্পাদনা কৰক] পোখালি

জ্যামিতিৰ প্ৰবন্ধ কেইটামান অলপ হাত ফুৰালো (আৰু বাকী আছে)| ভগৱানকো সময় পালে সেৱা সত্কাৰ কৰিম| ৱিকিমিডিয়া প্ৰকল্পৰ প্ৰবন্ধকেইটা তুমি স্থানান্তৰ কৰি দিয়া বাবে পাছত ম‍ই হাতেই নুফুৰালো| ম‍ই সৃষ্টি কৰা প্ৰবন্ধবোৰ বঢ়াই তোলাৰ মোৰো মন আছে| কিন্তু সময় কম| যি অলপ সময় পাওঁ ম‍ই আন কাম বাদ দি ইয়াতে ব্যস্ত থাকো| আজিকালি নতুন প্ৰবন্ধ সৃষ্টি কৰাটোৱো কমাই দিছো| বেলেগৰ খৰত মলম লগাই থাকোতেই সময় পাৰ হৈ যায়| সেয়ে এই বেজৰ নাকত খৰ আছে| পিছে তোমাৰো আছে| ম‍ই কিছুমানত পোখালি বাৰ্তা লগাইছো, কিছুমানত আগেয়ে লগাই থোৱা আছে, আনহাতে কিছুমান মধ্যমীয়া অৱস্থাত আছে যদিও বিস্তাৰ কাৰিলে ভাল হয়| তোমাৰ সৃষ্ট কেইখনমান জিলাৰ সদৰত তথ্যপেৰাৰ বাহিৰে একো তথ্য নাই| তোমাৰ নাকৰ এইবোৰ খৰো সোনকালে আঁতৰ কৰা ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:42, 31 মাৰ্চ 2012 (UTC)

[সম্পাদনা কৰক] Re: Mail

বাৰু|

Where did you sent that? I cant find it. বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:17, 2 এপ্ৰিল 2012 (UTC)
Yes, and also Bisrin@sify.com, I searched both but hv not seen any mail from you, but got one from Shiju Alex. বিষ্ণু শ‍ইকীয়া বাৰ্তা
just received it.

[সম্পাদনা কৰক] বিলোপ

এনে প্ৰবন্ধ য’ত মাত্ৰ তথ্যপেৰাহে আছে, আৰু ভিতৰৰ তথ্যবোৰ ইংৰাজী ভাষাতেই আছে, সেইবোৰ বিলোপ কৰাই ভাল হ’ব বুলি ম‍ই ভাৱো| লাহে লাহে সেইবোৰ পুণৰ সৃষ্টি হ’ব| মোৰ বিশ্বাস|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 08:21, 8 এপ্ৰিল 2012 (UTC)

Thank you dude.


[সম্পাদনা কৰক] পোখালি

পোখালি প্ৰকল্প এটা প্ৰস্তুত কৰিছিলো| কোনেও এই ক্ষেত্ৰত সহায় নকৰিলে, আগো নাবাঢ়িলে| তেনেকৈয়ে পৰি আছে এতিয়াও| ৱিকিপিডিয়া:পোখালি চাবা| আৰু ইমান দিনে এই আপদবোৰ এনেকৈয়ে পৰি আছিল, তেতিয়া কোনেও চকু দিয়া নাছিল| এতিয়া লাহে লাহে এই কলংকসমূহ আতৰ কৰাৰ প্ৰয়োজন আহিছে| আৰু নকও, কলে কথা লাগে লেঠা  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:07, 12 এপ্ৰিল 2012 (UTC)

[সম্পাদনা কৰক] আলোচনা মেডিয়াৱিকি বাৰ্তা:Licenses

আপোনাক মেডিয়াৱিকি বাৰ্তা:Licensesপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:50, 14 এপ্ৰিল 2012 (UTC)

[সম্পাদনা কৰক] Most important 1000 articles

এইখনৰ পৰা অলপ কম প্ৰয়োজনীয় প্ৰবন্ধ চকুত পৰিলে কাটি দিবাচোন| ম‍ই কিছুমান কাটিলো|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 20:26, 18 এপ্ৰিল 2012 (UTC)

[সম্পাদনা কৰক] Hello

Hi Gitartha, I got your message. I have had to take a sabbatical from aswiki because of some work. Let me know what needs to be done. Regards. চাইপাও 11:07, 21 এপ্ৰিল 2012 (UTC)

You sent me Version 1.4, whereas the final version I edited was 1.3.6. So someone must have edited the final version, most likely Shiju. Let me know if you want 1.3.6. চাইপাও 11:48, 21 এপ্ৰিল 2012 (UTC)
you may keep it as 1.4. so is everything resolved? have fun. চাইপাও 12:15, 21 এপ্ৰিল 2012 (UTC)
Nuvola apps edu languages.svg
নমস্কাৰ, Gitartha.bordoloi। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে


[সম্পাদনা কৰক] Translatewiki

এই লিংকটো চাবা, অনুবাদ কৰা হোৱাৰ পাছটো ইয়াৰ বাবে সেইবোৰ বৰ্তমানলৈ কাৰ্যকৰী হোৱা নাই| বিষ্ণু  বাৰ্তা  15:06, 1 মে' 2012 (UTC)

Sify ৰ চাৰ্ভাৰ ডাউন হৈ আছে এতিয়া| বিষ্ণু বাৰ্তা 18:05, 15 মে' 2012 (UTC)

ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি