বাৰ্তা:ক'লা আকুহী বগ
কলা নে ক'লা আকুহী বগ? — গীতাৰ্থ বৰদলৈ (talk) 08:35, 25 মে' 2013 (UTC)
ক'লা আকুহী বগ হ'ব লাগে-মনেই নকৰিলো ৷ কেনেকৈ শুধৰাওঁ এতিয়া? জলি বৰা (talk) 04:20, 27 মে' 2013 (UTC)
- "স্থানান্তৰ" কৰি দিলেই হ'ল। মই কৰি দিলোঁ। "ইতিহাস চাওক"ৰ সোঁফালে থকা ক'লা ত্ৰিভুজটো ক্লিক কৰিলেই সেই বিকল্পটো ওলায়। — গীতাৰ্থ বৰদলৈ (talk) 05:23, 27 মে' 2013 (UTC)