বাৰ্তা:খ্ৰীষ্টান ধৰ্ম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া খ্ৰীষ্টান[সম্পাদনা কৰক]

অসমত খ্ৰীষ্টান ধৰ্মৰ পৰা অৰ্থাৎ যীচুৰ পৰা কিছু মুক্তি পাই আছে। কাৰণ যীচু খ্ৰীষ্ট একমাত্ৰ ঈশ্বৰৰ পুত্ৰ। যিয়ে নিজক মানুহৰ পুত্ৰ বুলি আখ্যা দিছিল। তেখেতে কৈছিল যে, " for with me nothing shall be impossible" অথবা তেখেতে কৰিব নোবাৰা কাম একোবেই নাই। অসমত থকা বিভিন্ন জাতি-উপজাতিবোৰে যীচুৰ চৰণত আৱদ্ধ হোবা দেখা যায়। আনহাতে যীচুবে এটা গল্প কৈছিল,= | এসময়ত দুজন লোকে ধৰ্ম গৃহলৈ গৈছিল সেই দুজনে আছিল pastor and sinner person. পাছটোৰে প্ৰাৰ্থনা কৰিলে, " হে পিতৃ মই আনৰ দৰে অপৰাধি নহওঁ। মই সপ্তাহত প্ৰতি দিনে উপবাস লওঁ। আনহাতে পাপীয়ে ক'লে, " হে ভগবান মোক দয়া কৰা।" ঈশ্বৰে প্ৰথমজনৰ মাত নশুনিলে কিন্ত দ্ধিতীয়জনক শুনিলে। যীচুবে ক'লে- যিজনে নিজক ডাঙৰ বুলি ভাবে তেওঁক সৰু কৰা হ'ব আনহাতে যিয়ে নিজক সৰু কৰাজনক ডাঙৰ কৰা হ'ব। NEHEMIYA MARAK (talk) 04:52, 1 September 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]