বাৰ্তা:গীতাৱলী ৰাজকুমাৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

বিলোপনৰ অযোগ্য: গীতাৱলী ৰাজকুমাৰীৰ বিষয়ে পোনপটীয়াকৈ (not only a trivial mention) উল্লেখ থকা ফটাঢোল ই-আলোচনী আৰু ৰূপালী পৰ্দাত উপলব্ধ তথ্য উৎস সংযোগ কৰা হ'ল। -চন্দন চিৰিং ফুকন ✉️ 10:54, 18 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পৃষ্ঠাটোত তথ্যসূত্ৰ যোগ কৰাৰ কাৰণে ধন্যবাদ। টেগটো ইতিমধ্যেই আঁতৰাই দিয়া হৈছে।
Thesaurabhsaha (বাৰ্তা) 11:01, 18 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]