বাৰ্তা:চেনি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্য বিসংগতি[সম্পাদনা কৰক]

"অধিক চেনী গ্ৰহণ কৰিলে উচ্চ মধুমেহ হ'ব পাৰে" এই তথ্যটো শুদ্ধ হয় জানো? 'মধুমেহ' নামৰ ৰোগবিধ বংশগত বুলিহে ক'ৰবাত পোৱা মনত আছে। চেনী এই ৰোগৰ কাৰণ নহয়, ইয়াৰ কাৰণ ইনছুলিন নামৰ হ'ৰমন এটাৰ ক্ষৰণ কৰি যোৱাহে। অৱশ্যে এই ৰোগৰ ৰোগীয়ে চেনী খোৱা উচিত নহয়। সঠিককৈ জনাব চোন কোনোবাই। --দিব্য দত্ত (talk) 12:46, 4 জুন 2015 (UTC)

A new reasearch has directly linked high sugar intake to type 2 diabetes. This article needs to be rewritten with proper citations. — গীতাৰ্থ বৰদলৈ (talk) 10:02, 7 জুন 2015 (UTC)