বাৰ্তা:পৰমাণু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনুগ্ৰহ কৰি কোনোবাই এই প্ৰবন্ধটোত তথ্যসূত্ৰ কেনেদৰে যোগ কৰিম জনাবচোন | ধন্যবাদ |কৌশিক দাসবাৰ্তা 09:43, 22 জুলাই 2012 (UTC)

ৱিকিপিডিয়া:সহায়িকা/উদ্ধৃতিত অলপ সহায় পাবা| তুমি লিখাবোৰ ঠিকেই আছে, মাত্ৰ কেইটামান ৰেফাৰেঞ্চ Miss হৈছে| সেইবোৰ চাইচিতি ঠাইত বহুৱাব লাগিব| দৰকাৰ হ’লে ৯৮৬৪১ ৯৮২২৮ (মোৰ দূৰভাষ নম্বৰত) ফোন কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:53, 22 জুলাই 2012 (UTC)


ধন্যবাদ বিষ্ণু দাদা।কৌশিক দাসবাৰ্তা 12:11, 24 জুলাই 2012 (UTC)

আৰু দুটামান অসুবিধা আছে। দুটামান ভাৰতীয় শব্দ ইংৰাজীত আছে, কেনেদৰে অনুবাদ কৰিম ভাবি পোৱা নাই।কৌশিক দাসবাৰ্তা 12:11, 24 জুলাই 2012 (UTC)