মেহাৰী ইউনিয়ন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
11 নং শাৰী: 11 নং শাৰী:
| subdivision_type3 = [[বাংলাদেশ উপজিলাসমূহ|উপজিলা]]
| subdivision_type3 = [[বাংলাদেশ উপজিলাসমূহ|উপজিলা]]
| subdivision_name3 = [[কচবা জিলা|কচবা]] (কসবা)
| subdivision_name3 = [[কচবা জিলা|কচবা]] (কসবা)
| official_name = [[Image:গণপ্রজাতন্ত্রী বাংলাদেশ সরকারের সীল.svg|17px]] ২নং মেহাৰী ইউনিয়ন পৰিষদ
| official_name = [[Image:গণপ্ৰজাতন্ত্ৰী বাংলাদেশ সৰকাৰেৰ সীল.svg|17px]] ২নং মেহাৰী ইউনিয়ন পৰিষদ
| postal_code_type = Postal code
| postal_code_type = Postal code
| postal_code = 3460
| postal_code = 3460
25 নং শাৰী: 25 নং শাৰী:
| coor_pinpoint =
| coor_pinpoint =
| coordinates_footnotes =
| coordinates_footnotes =
| native_name = মেহারী ইউনিয়ন
| native_name = মেহাৰী ইউনিয়ন
| timezone1 = [[বাংলাদেশ মান সময়|বাংলাদেশ সময়]]
| timezone1 = [[বাংলাদেশ মান সময়|বাংলাদেশ সময়]]
| utc_offset = +6
| utc_offset = +6
35 নং শাৰী: 35 নং শাৰী:
}}
}}


'''মেহাৰী''' বাংলাদেশৰ [[ব্ৰাহ্মণবাড়ীয়া জিলা|ব্ৰাহ্মণবাড়ীয়া জিলাৰ]] অন্তৰ্গত [[কচবা উপজিলা|কচবা উপজিলাৰ]] এখন ইউনিয়ন। ২০১৭ চনত [[বাংলাদেশ চৰকাৰ|বাংলাদেশ চৰকাৰে]] মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰা হৈছিল।<ref>{{cite web |title=বিশেষ অর্জন - কসবা উপজেলা |url=http://kasba.brahmanbaria.gov.bd/site/page/750d4caa-2144-11e7-8f57-286ed488c766?fbclid=IwAR3MQNhM0o4jC6Jx6Hy9WAViUURqdrwONfzBl-NW-h3tj9Nn5uJzCY0zfg8 |website=জাতীয় তথ্য বাতায়ন (kasba.brahmanbaria.gov.bd) |publisher=[[বাংলাদেশ চরকার]] |accessdate=2020-12-04 |language=bn}}</ref>
'''মেহাৰী''' বাংলাদেশৰ [[ব্ৰাহ্মণবাড়ীয়া জিলা|ব্ৰাহ্মণবাড়ীয়া জিলাৰ]] অন্তৰ্গত [[কচবা উপজিলা|কচবা উপজিলাৰ]] এখন ইউনিয়ন। ২০১৭ চনত [[বাংলাদেশ চৰকাৰ|বাংলাদেশ চৰকাৰে]] মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰা হৈছিল।<ref>{{cite web |title=বিশেষ অৰ্জন - কসবা উপজেলা |url=http://kasba.brahmanbaria.gov.bd/site/page/750d4caa-2144-11e7-8f57-286ed488c766?fbclid=IwAR3MQNhM0o4jC6Jx6Hy9WAViUURqdrwONfzBl-NW-h3tj9Nn5uJzCY0zfg8 |website=জাতীয় তথ্য বাতায়ন (kasba.brahmanbaria.gov.bd) |publisher=[[বাংলাদেশ চৰকাৰ]] |accessdate=2020-12-04 |language=bn}}</ref>


== আয়তন ==
== আয়তন ==
মেহাৰী ইউনিয়নৰ আয়তন হৈছে ৫,৪৫০ একৰ<ref name=bpedia>{{cite Banglapedia|author=Md Abu Russel Chowdhury|article=Kasba Upazila}}</ref> (২২.০৬ বৰ্গ কিমি)।<ref name="Union statistics">{{Cite web|last=|first=|date=|title=ইউনিয়ন পরিসংখ্যান সংক্রান্ত জাতীয় তথ্য (National data on union statistics) |url=https://web.archive.org/web/20151208044832/http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/National%20Reports/Union%20Statistics.pdf|url-status=live|archive-url=|archive-date=|access-date=2020-07-31|website=web.archive.org}}</ref>
মেহাৰী ইউনিয়নৰ আয়তন হৈছে ৫,৪৫০ একৰ<ref name=bpedia>{{cite Banglapedia|author=Md Abu Russel Chowdhury|article=Kasba Upazila}}</ref> (২২.০৬ বৰ্গ কিমি)।<ref name="Union statistics">{{Cite web|last=|first=|date=|title=ইউনিয়ন পৰিসংখ্যান সংক্ৰান্ত জাতীয় তথ্য (National data on union statistics) |url=https://web.archive.org/web/20151208044832/http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/National%20Reports/Union%20Statistics.pdf|url-status=live|archive-url=|archive-date=|access-date=2020-07-31|website=web.archive.org}}</ref>


== ৰাজহুৱা তথ্য ==
== ৰাজহুৱা তথ্য ==

08:14, 14 May 2021ৰ সংস্কৰণ

মেহাৰী ইউনিয়ন
মেহাৰী ইউনিয়ন
চিত্ৰ:গণপ্ৰজাতন্ত্ৰী বাংলাদেশ সৰকাৰেৰ সীল.svg ২নং মেহাৰী ইউনিয়ন পৰিষদ
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
মেহাৰী ইউনিয়ন
বাংলাদেশৰ মানচিত্ৰত অৱস্থান
ভৌগোলিক স্থানাংক: 23°46′51″N 91°05′00″E / 23.780757°N 91.083451°E / 23.780757; 91.083451
ৰাষ্ট্ৰ  বাংলাদেশ
বিভাগ চট্টগ্ৰাম (চিটাগাং)
জিলা ব্ৰাহ্মণবাৰিয়া
উপজিলা কচবা (কসবা)
চৰকাৰ
 - প্ৰকাৰ স্থানীয় চৰকাৰ
 - পৰিষদ ইউনিয়ন পৰিষদ
 - ইউনিয়নৰ অধ্যক্ষ আলম মিয়া
সময় অঞ্চল বাংলাদেশ সময় (গ্ৰী.মা.স.+6)
Postal code 3460

মেহাৰী বাংলাদেশৰ ব্ৰাহ্মণবাড়ীয়া জিলাৰ অন্তৰ্গত কচবা উপজিলাৰ এখন ইউনিয়ন। ২০১৭ চনত বাংলাদেশ চৰকাৰে মেহাৰী ইউনিয়নক ভিক্ষাৰী-মুক্ত ঘোষণা কৰা হৈছিল।[1]

আয়তন

মেহাৰী ইউনিয়নৰ আয়তন হৈছে ৫,৪৫০ একৰ[2] (২২.০৬ বৰ্গ কিমি)।[3]

ৰাজহুৱা তথ্য

২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ মুঠ জনসংখ্যা হৈছে ২৬,৩৩৫। ইয়াৰ ভিতৰত, ১২,১৭৯জন পুৰুষ আৰু ১৪,১৫৬জন মহিলা। মুঠ পৰিয়ালৰ সংখ্যা হৈছে ৫,০১৮।[3] জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ১,১৯৪ জন।[4] এই ইউনিয়নৰ গাওঁ-আধাৰিত জনসংখ্যা উল্লেখ কৰা হৈছে:

ৱাৰ্ড নং গাঁৱৰ নাম জনসংখ্যা (২০১১)[5]
১নং ৱাৰ্ড ঈশান নগৰ ১,২৫০ জন
যমুনা ১,৮৮৭ জন
২নং ৱাৰ্ড মেহাৰী ৩,৭১৮ জন
৩নং ৱাৰ্ড বল্লভপুৰ ১,৩৯০ জন
৪নং ৱাৰ্ড শিমৰাইল সাতপাড়া ৩,২৯৬ জন
৫নং ৱাৰ্ড শিমৰাইল মধ্যপাড়া ৩,৯৪৪ জন
৬নং ৱাৰ্ড শিমৰাইল উত্তৰপাড়া ২,৯২৬ জন
৭নং ৱাৰ্ড খেওৰা ২,০০০ জন
বামুটিয়া ৬৪৩ জন
৮নং ৱাৰ্ড পুৰকুইল ৬৫০ জন
বাহাৰআটা ১,০১২ জন
খেওড়া পশ্চিমপাড়া ১,৬৯৭ জন
৯নং ৱাৰ্ড চৌবেপুৰ ২,৫৬৫ জন

ইতিহাস

বিশ্বাস কৰা হয় যে বঙ্গৰ সেন ৰাজবংশৰ সময়ত মিহিৰ চন্দ্ৰ নামৰ এজন ধনী ব্যৱসায়ী এই অঞ্চলত বাস কৰিছিল। গতিকে গাওঁখনৰ মানুহে তেওঁৰ ঘৰটোক "মিহিৰ বাড়ী" বুলি মাতিছিল। পিছত, "মিহিৰ বাড়ী" নামটো (মিহিৰ বাড়ী>মেহাৰ বাড়ী>মেহৰী) মেহৰীলৈ সলনি হয়।

আন কথা অনুসৰি, এটা সময়ত, মেহৰী, বৰ্ণী আৰু কালচাৰ নামৰ তিনিখন গাঁৱৰ লোক একেটা পৰিয়ালৰ আছিল। মেহেৰ খাঁ, বৰুণ খাঁ আৰু কালন খাঁ নামৰ এই পৰিয়ালটোৰ তিনিজন লোকৰ নামে ক্ৰমে মেহৰী, বৰ্ণী আৰু কালচাৰ, এই তিনিখন গাঁৱৰ নাম দিয়া হৈছে।

মেহাৰী গাঁৱত অৱস্থিত এটা পৰম্পৰাগত কালী মন্দিৰৰ নামেৰে তদানীণ ইউনিয়ন পৰিষদৰ অধ্যক্ষ লালু গোচাই এই ইউনিয়নটোৰ নাম দিছিল।

অৱস্থান আৰু সীমা

কচবা উপজিলাৰ উত্তৰ-পশ্চিমত মেহাৰী ইউনিয়ন অৱস্থিত। এই ইউনিয়নৰ:—

প্ৰশাসনিক গাঁথনি

মেহাৰী ইউনিয়ন হৈছে কচবা উপজিলাৰ অধীনত ২নং ইউনিয়ন পৰিষদ। এই  ইউনিয়নৰ প্ৰশাসনিক কাৰ্যসমূহ কচবা থানাৰ অধীনত আছে। ই বাংলাদেশৰ নেচনেল এচেম্বলীৰ ২৪৬তম আসনৰ (ব্ৰাহ্মণবাড়িয়া-৪) অংশ।

এই ইউনিয়নৰ গাওঁবোৰ হৈছে:

  • পুৰকুইল
  • মেহাৰী
  • খেওড়া
  • যমুনা
  • বাহাৰ আটা
  • ঈশান নগৰ
  • চৌবেপুৰ
  • বামুটিয়া
  • শিমৰাইল
  • বল্লভপুৰ

কাৰ্যালয়

সংঘৰ কাৰ্যালয়টো ১ নং ৱাৰ্ডৰ 'ঈশান নগৰ' গাঁৱত অৱস্থিত।[6] ইউনিয়ন পৰিষদৰ কাৰ্যালয়টো L-ৰ আকৃতিৰ এটা দুমহলীয়া অট্টালিকা।

শিক্ষা ব্যৱস্থা

২০১১ চনৰ লোকপিয়ল অনুসৰি, মেহৰী ইউনিয়নৰ সাক্ষৰতাৰ হাৰ হৈছে ৪৭.৪%।[3]

শিক্ষানুষ্ঠানসমূহ

মাদ্ৰাছা

  • পুৰকুইল গাউছিয়া হাবিবিয়া ফাযিল মাদ্ৰাছা
  • মেহাৰী ওবাদিয়া ফাযিল মাদ্ৰাছা
  • চৌবেপুৰ আলহাজ্ব শাহ আলম দাখিল মাদ্ৰাছা
  • শিমৰাইল সাতপাড়া দাখিল মাদ্ৰাছা

হাই স্কুল

  • খেওড়া মা আনন্দময়ী উচ্চ বিদ্যালয়
  • শিমৰাইল উচ্চ বিদ্যালয়

চৰকাৰী প্ৰাথমিক বিদ্যালয়

  • মেহাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওড়া পূৰ্ব চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • যমুনা চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • ঈশান নগৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • চৌবেপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল সাতপাড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল আলী আফসাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • মেহাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • খেওড়া পূৰ্ব চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • যমুনা চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • ঈশান নগৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • চৌবেপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল সাতপাড়া চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শিমৰাইল আলী আফসাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • শান্তিনগৰ উত্তৰ শিমৰাইল চৰকাৰী প্ৰাথমিক
  • বল্লভপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
  • বি.এম.ডাঃ এলাহি বক্স চৰকাৰী প্ৰাথমিক বিদ্যালয়

বজাৰ

  • খেওড়া বজাৰ
  • যমুনা বজাৰ
  • পুৰকুইল মোড়
  • মেহাৰী বজাৰ
  • শিমৰাইল বজাৰ

উল্লেখযোগ্য ব্যক্তিত্ব

  • মা আনন্দময়ী (১৮৯৬-১৯৮২) – হিন্দু আধ্যাত্মিক সন্ধানী। তেওঁৰ জন্ম খেওৰা গাঁৱত হৈছিল।

ৰাজহুৱা প্ৰতিনিধি

  • বৰ্তমানৰ অধ্যক্ষ: মোঃ আলম মিয়া

পূৰ্বৱৰ্তী অধ্যক্ষগণ:

নং নাম গ্ৰাম কাৰ্যকাল
বাবু লালু গোসাই মেহাৰী ১৯৬৬ – ১৯৭১
মোঃ খোৰশেদ আলম শিমৰাইল ১৯৭২ – ১৯৭৬
মোঃ আজিজ ভূইয়া পুৰকুইল ১৯৭৭ – ১৯৮১
মোঃ আবদুৰ ৰহিম যমুনা ১৯৮২ – ১৯৮৬
মোঃ ছালাম প্ৰফেসৰ মেহাৰী ১৯৮৭ – ১৯৯১
মোঃ মাহফুজুৰ ৰহমান শিমৰাইল ১৯৯২ – ১৯৯২
মোঃ শৰীফ সামসুল হক খেওড়া ১৯৯৩ – ১৯৯৭
মোঃ মোবাৰক হোসেন শিমৰাইল ১৯৯৮ – ২০০৩
মোঃ আলম মিয়া (১ম) শিমৰাইল ২০০৩ – ২০১১
১০ মোঃ মোস্তফা কামাল শিমৰাইল ২০১১ – ২০১৬
১১ মোঃ আলম মিয়া (২য়) শিমৰাইল ২০১৬ – বৰ্তমান

তথ্য সংগ্ৰহ

  1. "বিশেষ অৰ্জন - কসবা উপজেলা" (bn ভাষাত). বাংলাদেশ চৰকাৰজাতীয় তথ্য বাতায়ন (kasba.brahmanbaria.gov.bd). http://kasba.brahmanbaria.gov.bd/site/page/750d4caa-2144-11e7-8f57-286ed488c766?fbclid=IwAR3MQNhM0o4jC6Jx6Hy9WAViUURqdrwONfzBl-NW-h3tj9Nn5uJzCY0zfg8। আহৰণ কৰা হৈছে: 2020-12-04. 
  2. Md Abu Russel Chowdhury (2012). "Kasba Upazila". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 9 May 2024. 
  3. 3.0 3.1 3.2 "ইউনিয়ন পৰিসংখ্যান সংক্ৰান্ত জাতীয় তথ্য (National data on union statistics)". web.archive.org. https://web.archive.org/web/20151208044832/http://www.bbs.gov.bd/WebTestApplication/userfiles/Image/National%20Reports/Union%20Statistics.pdf। আহৰণ কৰা হৈছে: 2020-07-31. 
  4. "ব্রাহ্মণবাড়িয়া জেলার তথ্য উপাত্ত (Data of Brahmanbaria district)". web.archive.org. https://web.archive.org/web/20150923182905/http://www.bbs.gov.bd/Census2011/Chittagong/Brahmanbaria/Brahmanbaria_C01.pdf। আহৰণ কৰা হৈছে: 2020-07-31. 
  5. "মেহারী ইউনিয়ন:গ্রামভিত্তিক লোকসংখ্যা (মেহাৰী ইউনিয়ন: গাওঁ-আধাৰিত জনসংখ্যা)" (bn ভাষাত). বাংলাদেশ চৰকাৰmehariup.brahmanbaria.gov.bd. http://mehariup.brahmanbaria.gov.bd/site/page/7fd499e0-2144-11e7-8f57-286ed488c766/%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%AE%20%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE। আহৰণ কৰা হৈছে: 2021-05-12. 
  6. "মেহারী ইউনিয়ন: এক নজরে মেহারী ইউপি (মেহৰি ইউনিয়ন: মেহাৰী ইউপি এট এ গ্লান্স )" (bn ভাষাত). বাংলাদেশ চৰকাৰmehariup.brahmanbaria.gov.bd. http://mehariup.brahmanbaria.gov.bd/site/page/7fd48d7d-2144-11e7-8f57-286ed488c766/%E0%A6%8F%E0%A6%95%20%E0%A6%A8%E0%A6%9C%E0%A6%B0%E0%A7%87%20%E0%A6%AE%E0%A7%87%E0%A6%B9%E0%A6%BE%E0%A6%B0%E0%A7%80%20%E0%A6%87%E0%A6%89%E0%A6%A8%E0%A6%BF%E0%A7%9F%E0%A6%A8। আহৰণ কৰা হৈছে: 2021-05-12.