বীৰকুছি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বীৰকুছি গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ এখন উপকণ্ঠীয় অঞ্চল। নাৰেংগীৰ পূৱে ১.৫ কিলোমিটাৰত বীৰকুছি তিনিআলি অৱস্থিত।[1] বৃহত্তৰ বীৰকুছিদুৰ্গা পূজা উপলক্ষে পূজাৰ লগত সংগতি ৰাখি প্ৰকাশ পোৱা মুখপত্ৰ এখনি প্ৰতি বছৰে প্ৰকাশ পাই আহিছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. প্ৰীতিমা কৌশিক (২০২২). শতৰুপা. প্ৰকাশক গুৱাহাটী: বীৰকুছি দুৰ্গাপূজা সমিটি.