মাৰ্টিন লুথাৰ কিং, অনুজ
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| ড মাৰ্টিন লুথাৰ কিং, অনুজ | |
|---|---|
| জন্ম | মাইকেল কিং, অনুজ ১৫জানুৱাৰি ১৯২৯ আটলান্টা, জৰ্জিয়া, আমেৰিকা |
| মৃত্যু | ৪ এপ্ৰিল ১৯৬৮ মেম্ফিচ, টেনচী, আমেৰিকা |
| শিক্ষা | মুৰহাউচ কলেজ, ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী, ব'ষ্ট'ন বিশ্ববিদ্যালয় |
| প্ৰভাৱ | যীশু, আব্ৰাহাম লিংকন, মহাত্মা গান্ধী, বেঞ্জমিন মেইচ্, লিও টলষ্টয় |
| ৰাজনৈতিক আন্দোলন | আফ্ৰিকিয়-আমেৰিকান গন অধিকাৰ আন্দোলন, শান্তি আন্দোলন |
| দাম্পত্যসঙ্গী | ক'ৰেট্টা স্কট কিং |
| সন্তান | য়'লাণ্ডা কিং মাৰ্টিন লুথাৰ কিং ,৩য় ডেক্সটাৰ স্কট কিং বাৰ্নিচ কিং |
| পিতৃ-মাতৃ | মাৰ্টিন লুথাৰ কিং,জ্যেষ্ঠ এলবাৰ্টা ৱিলিয়ামছ কিং |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ নোবেল বঁটা (১৯৬৪) |
| স্বাক্ষৰ | |
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং, অনুজ আছিল একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকিয়-আমেৰিকান গন অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গনঅধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়। মহাত্মা গান্ধীৰ অহিংস নীতিয়ে তেওঁক প্ৰভাৱিত কৰে আৰু নিজ কৰ্মপদ্ধতিতো ইয়াৰ প্ৰয়োগ কৰে।[1]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ D'Souza, Placido P. "gandhis_influence". http://articles.sfgate.com/2003-01-20/opinion/17474454_1_nonviolence-philosophy-king. Retrieved December 25, 2011.