লিঅ'নাৰ্ড অইলাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিঅ'নাৰ্ড অইলাৰ

Portrait by Jakob Emanuel Handmann (1756)
জন্ম ১৫ এপ্ৰিল, ১৭০৭
Basel, Switzerland
মৃত্যু ১৮ ছেপ্টেম্বৰ, ১৭৮৩ (৭৬ বছৰ)
[OS: 7 September 1783]
Saint Petersburg, Russian Empire
বাসস্থান Kingdom of Prussia, Russian Empire
Switzerland
ক্ষেত্ৰ Mathematics and physics
কৰ্মস্থান Imperial Russian Academy of Sciences
Berlin Academy
শিক্ষানুষ্ঠান University of Basel
ডক্তৰেল পৰামৰ্শদাতা Johann Bernoulli
ডক্তৰেল বিদ্যাৰ্থী Nicolas Fuss
Johann Hennert
Stepan Rumovsky
আন উল্লেখযোগ্য বিদ্যাৰ্থী Joseph Louis Lagrange
জনা যায় See full list
স্বাক্ষৰ
টোকা
He is the father of the mathematician Johann Euler.
He is listed by an academic genealogy as the equivalent to the doctoral advisor of Joseph Louis Lagrange.[1]

লিঅ'নাৰ্ড অইলাৰ (/ˈɔɪlər/ oy-lər;[2] জাৰ্মান উচ্চাৰণ: [ˈɔʏlɐ] ( শুনক), local pronunciation: [ˈɔɪlr̩] ( শুনক); এপ্ৰিল ১৫, ১৭০৭ – ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি infinitesimal calculus আৰু graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল। তেওঁৱেই আধুনিক গণিতৰ বহুখিনি পদ আৰু চিহ্নৰ আৰম্ভণি কৰিছিল, বিশেষকৈ গাণিতিক বিশ্লেষণত, যেনে: ফলনৰ ধাৰণা ইত্যাদি।[3] বলবিজ্ঞান, তৰল গতিবিদ্যা, আলোক বিজ্ঞান, আৰু জ্যোতিৰ্বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ জনাজাত।

অইলাৰক ১৮-শতিকাৰ শ্ৰেষ্ঠ আৰু সৰ্বকালৰ মহানতম গণিতজ্ঞ সকলৰ এজন বুলি বিবেচনা কৰা হয়। তেওঁ সকলোতকৈ বেছি ফলপ্ৰসূ গণিতজ্ঞ সকলৰো অন্যতম; তেওঁৰ সমগ্ৰ কামে ৬০-৮০quarto খণ্ড(vol) পূৰায়।[4] তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় কটায় St. Petersburg, Russia, আৰু Berlin, Prussiaত।

Pierre-Simon Laplaceৰ এষাৰি উক্তিয়ে গণিতশাস্ত্ৰত অইলাৰৰ প্ৰভাৱ প্ৰকাশ কৰে-"অইলাৰক পঢ়া, অইলাৰক পঢ়া, তেওঁ আমাৰ সকলোৰে ওপৰত। "[5]

অবীজগণিতীয়-অপৰিমেয় সংখ্যা "e" অইলাৰৰ স্মৃতিত নামাংকিত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. লিঅ'নাৰ্ড অইলাৰ সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  2. The pronunciation /ˈjuːlər/ is incorrect. "Euler", Oxford English Dictionary, second edition, Oxford University Press, 1989 "Euler", Merriam–Webster's Online Dictionary, 2009. "Euler, Leonhard", The American Heritage Dictionary of the English Language, fifth edition, Houghton Mifflin Company, Boston, 2011. Peter M. Higgins (2007). Nets, Puzzles, and Postmen: An Exploration of Mathematical Connections. Oxford University Press. পৃষ্ঠা. 43. 
  3. Dunham 1999, পৃষ্ঠা 17
  4. Finkel, B. F. (1897). "Biography—Leonard Euler". The American Mathematical Monthly খণ্ড 4 (12): 297–302. 
  5. Dunham 1999, পৃষ্ঠা xiii "Lisez Euler, lisez Euler, c'est notre maître à tous."

বাহ্যিক সংযোগ[সম্পাদনা কৰক]