সদস্য:Ankan Deka/Medals

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশেষ পদক[সম্পাদনা কৰক]

বিশেষ পদক
অসমীয়া ৱিকিপিডিয়াত কেইবাটাও নতুন প্ৰবন্ধ লিখি ইয়াক সমৃদ্ধিশালী কৰিবৰ বাবে আপোনাৰ যি আগ্ৰহ সেয়া শলাবলগীয়া। সেয়ে অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা কৃতজ্ঞতা সহকাৰে আপোনাক এই পদকটো আগবঢ়ালোঁ। এনেদৰেই ভৱিষ্যতেও আপুনি অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।

অনিমেষ বৰা (বাৰ্তা) 16:07, 20 জানুৱাৰী 2013 (UTC)