সমীৰ ৰায়চৌধুৰী
অৱয়ব
সমীৰ ৰায়চৌধুৰী | |
---|---|
কলিকতাত সমীৰ ৰায়চৌধুৰী | |
জন্ম | ১ নৱেম্বৰ, ১৯৩৩ |
মৃত্যু | ২২ জুন, ২০১৬ (৮২ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবি |
ৰাজনৈতিক আন্দোলন | উত্তৰআধুনিকতা, হাংৰি আন্দোলন |
সমীৰ ৰায়চৌধুৰী বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতা তেওঁৰ সাহিত্যবোৰে উত্তৰ আধুনিক বঙালী সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ১৯৩৩ চনৰ ১ নৱেম্বৰত উত্তৰ চব্বিশ পৰগণাত ( পানিহাটি ) তেওঁৰ জন্ম হয়।
সাহিত্যকৃতি
[সম্পাদনা কৰক]কাব্যগ্ৰন্থ
[সম্পাদনা কৰক]- ঝৰ্ণাৰ পাশে শুয়ে আছি
- আমাৰ ভিয়েতনাম
- জানোৱাৰ
- মাংসেৰ কস্তুৰীক্লপ
- প'ষ্টমডাৰ্ন কবিতাগুচ্ছ
- বিদুৰেৰ খড়ম
- নিৰ্বাচিত
চুটিগল্প
[সম্পাদনা কৰক]- সিগাৰেটেৰ তিৰোভাব ও অন্যান্য গল্প
- ছাতা হাৰানোৰ বৰ্ষাকালীন দুঃখ
- প'ষ্টমডাৰ্ন গল্প
- খুল যা সিম সিম
প্ৰৱন্ধগ্ৰন্থ
[সম্পাদনা কৰক]- কবিতাৰ আলো অন্ধকাৰ
- প'ষ্টমডাৰ্ন কবিতাবিচাৰ
- প'ষ্টমডাৰ্ন বিড়ালেৰ সন্ধানে
- উত্তৰাধুনিক প্ৰৱন্ধসংগ্ৰহ
- জীৱনানন্দ ( কন্নড় ভাষা )
সম্পাদিত সংকলন
[সম্পাদনা কৰক]- হাংৰি আন্দোলন
- ফাল্গুনী ৰায় সমগ্ৰ এবং ফাল্গুনী আলোচনা
- প'ষ্টমডাৰ্ন:অধুনান্তিক
- প'ষ্টমডাৰ্ন কী ও কেন?
- প'ষ্টকলোনিয়ালিজম: উত্তৰঔপনিবেশিকতা
- পৰমাপ্ৰকৃতি: ইকোফেমিনিজম
- সীমা
- অপৰ
- ডায়াসপোৰা
- অনিল কৰঞ্জাই
- ভুখী পীঢ়ী ( নেপালী ভাষা )
- প'ষ্টমডাৰ্ন বাংলা পয়েট্ৰি
- প'ষ্টমডাৰ্ন বাংলা চৰ্ট ষ্ট'ৰিজ
সম্পাদিত পত্ৰিকা
[সম্পাদনা কৰক]- হাংৰি বুলেটিন
- শাশ্বত (বিভূতিভূষণ মুখোপাধ্যায় সংখ্যা )
- কৃত্তিবাস ( ফণীশ্বৰনাথ ৰেণু সংখ্যা )
- হাওয়া ৪৯
- সংক্ৰামক ( হিন্দী )
হিন্দীলৈ অনুদিত
[সম্পাদনা কৰক]- সুনীল গঙ্গোপাধ্যায় কী কবিতায়েঁ
- শক্তি চট্টোপাধ্যায় কী কবিতায়েঁ
- আধুনান্তিক বংলা কবিতায়েঁ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- গল্পবিশ্ব পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ২০০৭ )। সম্পাদক: অলোক গোস্বামী।
- বোধ পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৮১৫ বঙ্গাব্দ, ২০০৯ )। সম্পাদক: অৰূণকুমাৰ চট্টোপাধ্যায়।
- কালিমাটি পত্ৰিকা সমীৰ ৰায়চৌধুৰী সংখ্যা ( ১৪১৬ বঙ্গাব্দ, ২০১০ )। সম্পাদক: কাজল সেন।