সাঁচ বাৰ্তা:ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাঞ্জাব-->পঞ্জাব। — গীতাৰ্থ বৰদলৈ (talk)

আলোচনাৰ কিবা সমাধান হ’ল জানো? যদি হ’ল কৰি দিব পৰা যায়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:31, 25 মাৰ্চ 2012 (UTC)
ৱিকি গ্ৰুপত ভোট লওঁতে "পঞ্জাব" আৰু "পঞ্জাৱ"এ চাৰিতাকৈ ভোট পালে। কিন্তু পঞ্জাবৰ সপক্ষে আছে "ਪੰਜਾਬ= পঞ্জাব"ৰ চিধাচিধি সমীকৰণটো। বাকী আল্লাই জানে! — গীতাৰ্থ বৰদলৈ (talk) 09:38, 25 মাৰ্চ 2012 (UTC)
সেয়ে ময়ো এই বিষয়ত হাত দাঙি দিলো| পঞ্জাব প্ৰবন্ধটো নায়েই যেতিয়া ম‍ই বৰকৈ মূৰ মাৰাও নাই তাত| বিষ্ণু শ‍ইকীয়া বাৰ্তা 09:47, 25 মাৰ্চ 2012 (UTC)