হেমেন হাজৰিকা
হেমেন হাজৰিকা |
---|
হোমেন হাজৰিকা (ইংৰাজী: humen হাজৰিকা) হৈছে এগৰাকী অসমীয়া গায়ক,সুৰকাৰ আৰু গীতিকাৰ | [1]
জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]
উত্তৰ গোৱাহাটীৰ ৰজাদুৱাৰত ১৯২৬ চনত জন্ম লাভ কৰে | [2]
শিক্ষা[সম্পাদনা কৰক]
চাকৰি জীৱন[সম্পাদনা কৰক]
সাহিত্যৰাজি[সম্পাদনা কৰক]
হোমেন হাজৰিকাই গাঁৱলীয়া জীৱনৰ বিহু আৰু বনগীতৰ ৰচনা কৰে |তেওঁ সংগীত পৰিচালনা কৰা একমাত্ত ছৱিখন হৈছে দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত ৰাংধালী (১৯৭৯) | এই ছবিৰ ´ৰিং মাৰি শুনিলোঁ `,´ জাক জাক জাকৈয়া ছোৱালী`,´আকাশে নামিলে বেলা` আদি অতি জনপ্ৰিয় গীতবোৰৰ ৰচয়িতাও হাজৰিকা |[3]
সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]
সৃষ্টিশীল গ্ৰন্থ[সম্পাদনা কৰক]
যেনে প্ৰবন্ধ সংকলন, কবিতা, গল্প, উপন্যাস আদি