২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০
দিনাংক ১১ ছেপ্টেম্বৰ – ২৪ ছেপ্টেম্বৰ
প্ৰশাসক(সমূহ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
আয়োজক(সমূহ)  দক্ষিণ আফ্ৰিকা
বিজয়ী  ভাৰত (১ম title)
দলৰ সংখ্যা ১২ (১৬টা প্ৰতিযোগী দলৰ ভিতৰত)
মুঠ খেলৰ সংখ্যা ২৭
মেন অৱ দ্য ছিৰিজ পাকিস্তান শহীদ আফ্ৰিদি
সৰ্বাধিক ৰাণ অষ্ট্ৰেলিয়া মেথিউ হেইডেন (২৬৫)
সৰ্বাধিক উইকেট পাকিস্তান উমৰ গুল (১৩)
আনুষ্ঠানিক ৱেবছাইট ২০০৭ চনৰ আইচিচি ৱৰ্ল্ড টি-২০
২০০৯ →

২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ প্ৰথম আইচিচি বিশ্ব টি-২০ প্ৰতিযোগিতা। ২০০৭ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। তেৰ দিনীয়া এই প্ৰতিযোগিতাত মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে। ইয়াৰে দহটা দল টেষ্ট খেলা দেশ আৰু বাকী দুটা দল কেনিয়া আৰু স্কটলেণ্ড ২০০৭ চনৰ আইচিচি বিশ্ব ক্ৰিকেট লীগ ডিভিজন ৱানৰ চূড়ান্ত প্ৰতিযোগী। পাকিস্তানক পৰাস্ত কৰি ভাৰতে এই প্ৰতিযোগিতাত জয়লাভ কৰে।[1]

ছেমিফাইনেল[সম্পাদনা কৰক]

২২ ছেপ্টেম্বৰ
১৩:০০
(স্ক'ৰবোৰ্ড)
নিউজিলেণ্ড 
১৪৩/৮ (২০ অ'ভাৰ)
আৰু
  পাকিস্তান
১৪৭/৪ (১৮.৫ অ'ভাৰ)
 পাকিস্তান ৬ উইকেটত বিজয়ী
নিউজিলেণ্ড ক্ৰিকেট গ্ৰাউণ্ড, কেপ টাউন
শ্ৰেষ্ঠ খেলুৱৈ: উমৰ গুল (পাকিস্তান)

২২ ছেপ্টেম্বৰ
১৮:০০
(স্ক'ৰবোৰ্ড)
ভাৰত 
১৮৮/৫ (২০ অ'ভাৰ)
আৰু
  অষ্ট্ৰেলিয়া
১৭৩/৭ (২০ অ'ভাৰ)
 ভাৰত ১৫ ৰাণত বিজয়ী
কিংছমিড ক্ৰিকেটক্ৰিকেট গ্ৰাউণ্ড, ডাৰবান
শ্ৰেষ্ঠ খেলুৱৈ: যুৱৰাজ সিং (ভাৰত)
  • ভাৰতৰ যুৱৰাজ সিঙে প্ৰতিযোগিতাত ১১৯ মিটাৰৰ সৰ্বাধিক দূৰত্বৰ ছয় কোবায়।

ফাইনেল[সম্পাদনা কৰক]

২৪ ছেপ্টেম্বৰ
১৪:০০
(স্ক'ৰবোৰ্ড)
ভাৰত 
১৫৭/৫ (২০ অ'ভাৰ)
আৰু
  পাকিস্তান
১৫২ (১৯.৩ অ'ভাৰ)
গৌতম গম্ভীৰ ৭৫ (৫৪)
উমৰ গুল ২/৩৮ (৪)
মিছবাহ-উল-হক ৪৩ (৩৮)
ইৰফান পাঠান ৩/১৬ (৪)
 ভাৰত ৫ ৰাণত বিজয়ী
ৱাণ্ডাৰ্ছ ষ্টেডিয়াম, জোহানেসবাৰ্গ
শ্ৰেষ্ঠ খেলুৱৈ: ইৰফান পাঠান (ভাৰত)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Soni, Paresh (24 September 2007). "ICC World Twenty20". BBC. http://news.bbc.co.uk/sport1/hi/cricket/7009035.stm. "India beat Pakistan in the World Twenty20 final by five runs to clinch their first major trophy since 1983."