পাকিস্তান

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
اسلامی جمہوریۂ پاکستان
ইছলামী জুম্‌হূৰিয়াতে পাকিস্তান
ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান
পাকিস্তান-ৰ পতাকা পাকিস্তান-ৰ ৰাষ্ট্ৰীয় প্ৰতীক
নীতিবাক্য
ইত্তেহাদ, তানজিম, ইয়াক্বিন-ই-মুহ্‌কাম  (উৰ্দু)
"একতা, নিয়মানুবৰ্তিতা ও বিশ্বাস"
ৰাষ্ট্ৰীয় সঙ্গীত
কোয়ামি তাৰানা
পাকিস্তান-ৰ অৱস্থান
ৰাজধানী ইছলামাবাদ
) 33°40′N 73°10′E / 33.67°N 73.17°E / 33.67; 73.17
বৃহত্তম নগৰ কৰাছী
ৰাষ্ট্ৰভাষা (সমূহ) উৰ্দু, ইংৰাজী
চৰকাৰ অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি আসিফ জাৰদাৰী
 -  প্ৰধানমন্ত্ৰী ইউচুফ গিলানী
গঠন
 -  স্বাধীনতা যুক্তৰাজ্যৰ পৰা 
 -  ঘোষিত আগষ্ট ১৪ ১৯৪৭ 
 -  ইছলামী প্ৰজাতন্ত্ৰ মাৰ্চ ২৩ ১৯৫৬ 
 -  জলভাগ (%) ৩.১
জনসংখ্যা
 -  ২০০৭ আনুমানিক ১৫৬,৭৭০,০০০[1] (৬ষ্ঠ)
 -  ঘনত্ব ২০৬ /বৰ্গকিমি (৫৩তম)
৫৩৪ /বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৭ আনুমানিক
 -  মুঠ $৪৭৫.৬ বিলিয়ন (২৫তম)
 -  জনমুৰি $৩,০০৪.৫ (১২৮তম)
জিনি সহগ? (২০০২) ৩০.৬ (মধ্যম
মানৱ উন্নয়ন সূচক (২০০৬) ০.৫৩৯ (মধ্যম) (১৩৪তম)
মুদ্ৰা টকা (Rs.) (পিকেআৰ)
সময় স্থান পিএচটি (ইউটিচি+৫)
 -  গ্রীষ্মকালীন (ডিএছটি) পৰ্যবেক্ষণ কৰা নহয় (ইউটিচি+৬)
ইণ্টাৰনেট টিএলডি .পিকে
কলিং ক'ড +৯২
1 আজাদ কাশ্মীৰ আৰু উত্তৰাঞ্চলসমূহ ধৰা নহয়।

পাকিস্থান বা ইছলামী প্ৰজাতন্ত্ৰী পাকিস্তান (উৰ্দু ভাষাত: اسلامی جمہوریۂ پاکستان ইছলামী জুম্‌হূৰিয়াতে পাকিস্তান্‌) দক্ষিণ এছিয়াৰ অন্তৰ্গত এখন দেশ।

Pakistan in its region (claimed and disputed hatched).svg

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Estimate of Pakistan Economic Survey of 2006-2007, prepared by the Ministry of Finance


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত