২০২৪ ইৰাণ–পাকিস্তান সংঘৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
2024 Iran–Pakistan Conflict
Date 16 – 18 January 2024

(2 days)

Location Balochistan (Iran and Pakistan)
Result Status quo ante bellum
  • Iranian missile strikes in Pakistan's Balochistan on 16 January
  • Pakistani missile strikes in Iran's Sistan and Baluchestan on 18 January.
Belligerents
• 🇮🇷 Iran

• Baloch Rebels

🇵🇰 Pakistan

• Jaish Ul Adl

Supported by :

• 🇺🇸 United States ( condemns the Iranian attack on Pakistan )

Commanders and leaders
🇮🇷 Ali Khamenei
Basheer Zeb

Allah Nazar Baloch

🇵🇰 Anwaar-ul-Haq Kakar




২০২৪ চনৰ ১৬ জানুৱাৰীত ইৰাণে পাকিস্তানত ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় আৰু পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত জৈছ উল আদলৰ কাৰ্যালয় ধ্বংস কৰে।

পাকিস্তান চৰকাৰে এই আক্ৰমণক গৰিহণা দি পাকিস্তানৰ আকাশমাৰ্গৰ “অপ্ৰৰোচিত উলংঘা” বুলি অভিহিত কৰি দুটা শিশুৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।

তাৰ দুদিন পিছত ১৮ জানুৱাৰীত পাকিস্তানে ইৰাণৰ ভিতৰত প্ৰতিশোধমূলক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই কয় যে পাকিস্তানৰ লক্ষ্য হৈছে ইৰাণৰ চিস্তান আৰু বেলুচেস্তান প্ৰদেশত অৱস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী আৰু বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ কাৰ্যালয় ধ্বংস কৰা । ইয়াৰ পিছতে পাকিস্তান আৰু ইৰাণৰ সংঘৰ্ষৰ আৰম্ভণি হয় । এই সংঘৰ্ষ এক ভয়াবহ যুদ্ধত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।


আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ইৰাণৰ পাকিস্তান আক্ৰমণৰ কঠোৰ সমালোচনা কৰা হৈছে আৰু পাকিস্তানলৈ সমৰ্থন আগবঢ়োৱা হৈছে ।