ৱিকিপিডিয়া:কিতাপসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন ৱিকিপিডিয়া-কিতাপ সম্পৰ্কে। আপুনি হয়তো সহায়:কিতাপ, ৱিকিপ্ৰকল্প ৱিকিপিডিয়া-কিতাপ, ৱিকিপ্ৰকল্প কিতাপ, ৱিকিপিডিয়া:Notability (কিতাপসমূহ) বা ৱিকিগ্ৰন্থ চাব বিচাৰিছে।

সাৰাংশ

ৱিকিপিডিয়া কিতাপ হৈছে বৈদ্যুতিকভাৱে পিডিএফলৈ ৰূপান্তৰ কৰা নাইবা ছপা কিতাপ হিচাপে অৰ্ডাৰ কৰিব পৰা ৱিকিপিডিয়া প্ৰবন্ধৰ সংকলন। প্ৰত্যেকবাৰ ডাউনল'ড বা অৰ্ডাৰ কৰোঁতে এই কিতাপবোৰ প্ৰবন্ধৰ শেহতীয়া সংস্কৰণ প্ৰকাশিত হয়।

টোকা: বৰ্তমান (২০১৭) এই কিতাপবোৰত প্ৰবন্ধসমূহৰ সকলো তথ্য সন্নিবিষ্ট কৰিব নোৱাৰি আৰু যিকোনো তালিকা আৰু তথ্য বাকছৰ তথ্য প্ৰদৰ্শিত নহয়।

অধিক জানিবলৈ সহায়:কিতাপ, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়া-কিতাপ, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প কিতাপ চাওক।

কিতাপসমূহ

নিৰ্বাচিত আৰু ভাল বিষয়

নিৰ্বাচিত বিষয় আৰু ভাল বিষয় হৈছে ৱিকিপিডিয়াৰ কিছুমান শ্ৰেষ্ট প্ৰবন্ধৰ সংকলন।

প্ৰতিটো বিষয়ৰে বিষয় বাকচৰ ওপৰৰ বাঁওকাষে কিতাপৰ সংযোগ দিয়া থাকিব পাৰে।

ৱিকিপিডিয়া ছপা কিতাপ

লগতে চাওক

সাঁচ:Wikipedia technical help