ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৭/ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (ইংৰাজী: National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল। এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ৰমনে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰে। (বিতংকৈ পঢ়ক)