ৱিকিপিডিয়া:প্ৰবন্ধ সঁজুলি/basics

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আপোনাৰ প্ৰথম প্ৰবন্ধ সৃষ্টি কৰাৰ পূৰ্বে ইতিমধ্যে থকা কিছুমান প্ৰবন্ধ সম্পাদনা কৰা উচিত। তথ্যউৎসৰ উল্লেখ নকৰা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা টুটে। তথ্যউৎস দিবলৈ শিকি ল'লে আপোনাৰ সফলতাৰ হাৰ বাঢ়িব।

সম্পাদনাৰ প্ৰাথমিক তথ্যৰ বাবে এই সহায়িকা চাওক।

[সৃষ্টি] নথি