ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৮৭৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৯৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪১৮ টালৈ বৃদ্ধি পালে।

  • জুন মাহৰ ১৮ তাৰিখে গ্ৰীন হাবৰ সভ্যসকলৰ সৈতে অসমীয়া ৱিকিপিডিয়াৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়।

  • জুন মাহৰ ২৪ তাৰিখে অসম সাহিত্য সভাৰ সহযোগত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়।