ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪/এপ্ৰিল মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিউদ্ধৃতিত প্ৰথমখন অনলাইন উদ্ধৃতি সংযোগ মেলা ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হয়। য’ত আঠগৰাকী অশগ্ৰহণকাৰীয়ে মুঠ ২৫ খন পৃষ্ঠাৰে বৰঙণি আগবঢ়াইছে।