ৱিকিপিডিয়া বাৰ্তা:সন্মিলন/মাজুলী ২০২৩

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰ্যসূচী সম্বন্ধে মতামত[সম্পাদনা কৰক]

প্ৰস্তাৱিত কাৰ্যসূচীৰ সামান্য সালসলনি কৰা বা সেইবিষয়ে আয়োজকসকলে পুনৰ বিবেচনা কৰাৰ বাবে তলৰ কথাখিনি উনুকিয়ালোঁ৷

  • এজনৰ পৰা চাৰিজনলৈ স্থানীয় নতুন লোকৰ উপস্থিতি আশা কৰিছোঁ, সেয়ে, “ৱিকিমিডিয়া’’ সম্পৰ্কে এটা থুলমূল বক্তব্য ২নং কাৰ্যসূচী হিচাপে ৰখা; মনৰ কথা শিতানটি ৱিকিপত্ৰিকা আৰু মাহিলী অনলাইন সভাত থাকেই যেতিয়া, ইয়াত বাদ দিয়া; কাৰ্যসূচীৰ আৰম্ভণি পুৱা ন-বজাতে কৰি ৱিকিউৎস আৰু ৱিকিপিডিয়াৰ বাবে এঘণ্টাকৈ আৰু লগে লগে তাৰ বিষয়ে প্ৰশ্নোত্তৰৰ বাবে এঘণ্টাকৈ মুঠ দুঘণ্টা সময় ধাৰ্য কৰা; ৱিকিডাটাৰ বাবে এঘণ্টা, ৱিকিউদ্ধৃতিৰ বাবে এঘণ্টা আৰু শেষত মুকলি আলোচনা ৰখা৷ মাজত এঘণ্টা দুপৰীয়াৰ আহাৰ বিৰতি৷ কাৰ্যসূচীসমূহত সময়ানুৱৰ্তী হ’লে মিলাব পৰা যাব আৰু সেইবিষয়ে সকলো সচেতন হ’লে কাৰ্যসূচী সফল হ’ব বুলি ভাবোঁ৷ সন্মানীয় সদস্যসকলৰ মতামত আশা কৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 12:16, 16 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মোৰ বোধেৰে মনৰ কথা অনলাইন সভা আৰু ৱিকিপত্ৰিকাতে সীমাৱদ্ধ থাকক। কৰ্মশালাত নহ'লেও হ'ব।চন্দন চিৰিং ফুকন ✉️ 16:51, 16 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]