সমললৈ যাওক

শিশু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
15 নং শাৰী: 15 নং শাৰী:


[[জনসংখ্যা|জনসংখ্যাৰ]] চিত্ৰ জড়িত [[স্বাস্থ্য বিশেষজ্ঞ|স্বাস্থ্য বিশেষজ্ঞই]] জানোৱা মতে শিশু মৃত্যুৰ হাৰ ১৯৯০-ৰ দশকতকৈ যথেষ্ট কমিবলৈ আৰম্ভ কৰে। মাত্ৰ [[যুক্তৰাষ্ট্ৰ|যুক্তৰাষ্ট্ৰেতেই]] ৫ বছৰৰ কমবয়সী শিশুৰ মৃত্যু ৪২% কমি যায়। আকৌ [[মালয়েছিয়া|মালয়েছিয়াৰ]] হাৰ আছিল প্ৰায় ৭০%।<ref>[http://articles.latimes.com/2010/may/24/nation/la-na-child-mortality-20100524 Child mortality rates dropping]</ref>
[[জনসংখ্যা|জনসংখ্যাৰ]] চিত্ৰ জড়িত [[স্বাস্থ্য বিশেষজ্ঞ|স্বাস্থ্য বিশেষজ্ঞই]] জানোৱা মতে শিশু মৃত্যুৰ হাৰ ১৯৯০-ৰ দশকতকৈ যথেষ্ট কমিবলৈ আৰম্ভ কৰে। মাত্ৰ [[যুক্তৰাষ্ট্ৰ|যুক্তৰাষ্ট্ৰেতেই]] ৫ বছৰৰ কমবয়সী শিশুৰ মৃত্যু ৪২% কমি যায়। আকৌ [[মালয়েছিয়া|মালয়েছিয়াৰ]] হাৰ আছিল প্ৰায় ৭০%।<ref>[http://articles.latimes.com/2010/may/24/nation/la-na-child-mortality-20100524 Child mortality rates dropping]</ref>

==শিশুৰ বিকাশ==
বিকাশ এক অবিৰত প্ৰক্ৰিয়া।<ref>[https://www.bartleby.com › essay
Web results
Is Development A Continuous Process? - 1138 Words | Bartleby]<ref> যি জন্মৰ পৰা চলি থাকে। বিকাশ হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা কোনো এটা বস্তু বা কোনো জীৱৰ বৃদ্ধি বা পৰিৱৰ্তন ঘটে আৰু পূৰ্বতকৈ আগবাঢ়ি যায়। <ref>[https://www.google.com/url?sa=t&source=web&cd=12&ved=2ahUKEwitxc_M_M7lAhVJXSsKHZqSDlsQFjALegQIDBAB&url=https%3A%2F%2Fdictionary.cambridge.org%2Famp%2Fenglish%2Fdevelopment&usg=AOvVaw1AIGqZPQIyHXbFsZaa2CSV&cshid=1572816118423]</ref> বিকাশৰ বিভিন্ন স্তৰবোৰ বয়স অনুসৰি সকলোৰে বাবে প্ৰায় একেই, ইয়াৰোপৰি বিকাশৰ প্ৰধান কাৰক দুটাও শিশুৰ বিকাশৰ ক্ষেত্ৰত একেই। এই প্ৰধান আভ্যন্তৰীণ আৰু বাহ্যিক কৰক সমূহক আকৌ বিভিন্ন ভাগত ভগাব পাৰি।

===বিকাশৰ কৰক===
# বংশগত কৰক(Biological/Hereditary Factors): শিশুৰ বিকাশৰ ক্ষেত্ৰত বংশগত কাৰকে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। মাতৃ গৰ্ভত থিতাপি লোৱাৰ সময়ৰ পৰাই শিশুৱে কিছুমান বংশগত বৈশিষ্ট্য জিনৰ জৰিয়তে লাভ কৰে।
# মনোবৈজ্ঞানিক কৰক (Psychological Factors)<ref>[https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3122963/]</ref>
: শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত মানসিক আৰু সামাজিক কৰকে ক্ৰিয়া কৰে। শিশুৰ মানসিকতাত পৰিৱেশে প্ৰভাৱ পেলায়। পৰিৱেশৰ পৰা শিশুৱে নিজৰ আচৰণ শিকে, কথা ক'বলৈ শিকে,নিজস্ব দৃষ্টিভংগী গঢ়ি তোলে। সামাজিক নীতি বোৰ শিকে। মানসিক বিকাশৰ ক্ষেত্ৰত শিশুক সহযোগিতা আৰু মৰম-চেনেহৰ প্ৰয়োজন।
# পৰিৱশগত কৰক (Environmental Factors)<ref>[https://wehavekids.com/parenting/What-Influences-Child-Development]</ref>
: শিশুৰ বংশগত আৰু মানসিক বৈশিষ্ট্য বিকাশৰ ক্ষেত্ৰত পৰিৱেশে প্ৰভাৱ পেলায়। মাতৃৰ গৰ্ভত থিতাপি লোৱা পৰিৱেশৰ পৰা আৰম্ভ কৰি জন্মৰ পাছত লাভ কৰা বাহ্যিক পৰিৱেশে বিকাশ আৰু বাঢ়নত ক্ৰিয়া কৰে।


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

22:01, 3 November 2019ৰ সংস্কৰণ

শিশু ভূমিষ্ঠকালীন ব্যক্তিৰ প্রাথমিক ৰূপ। যি যৌৱনপ্ৰাপ্ত হোৱা নাই বা বয়সন্ধিক্ষণত প্ৰৱেশ কৰা নাই তেওঁকে সমাজ তথা ৰাষ্ট্ৰই শিশু হিচাপে চিহ্নিত কৰিছে।[1][2]সচৰাচৰ যি ল'ৰা বা কন্যা ১৮ বছৰৰ তলত অৱস্থান কৰে, তেওঁকেই শিশু হিচাপে চিহ্নিত কৰা হয়।[3] আকৌ অনাগত সন্তান অর্থাৎ যি সন্তান এতিয়াও ভূমিষ্ঠ হোৱা নাই বা মাযকৰে গৰ্ভত অৱস্থান কৰি আছে সেই ভ্ৰূণকো শিশুৰূপে মান্যতা দিয়া হয়। এজন ব্যক্তিক তেওঁৰ মাক-দেউতাকৰ ওচৰত ওৰেটো জীৱন সন্তান বা শিশু হিচাপেই চিহ্নিত হৈ থাকে। সেয়ে, নির্দিষ্ট সময়, স্থান অথবা ঘটনাৰ পৰিপ্ৰেক্ষিতত 'শিশুসুলভ আচৰণ' বা 'সাত বছৰীয়া শিশু' আদি বিশেষণ সমূহ প্রয়োগ কৰা হয়।[4] জীৱবিজ্ঞানৰ ভাষাত - মনুষ্য সন্তানৰ জন্ম তথা বয়সন্ধিৰ মধ্যৱৰ্তী পর্যায়ৰ ৰূপ হৈছে শিশু। চিকিৎসাশাস্ত্রৰ সংজ্ঞানুযায়ী মাতৃগর্ভত ভ্রুণ আকাৰে অ-ভূমিষ্ঠ সন্তানেই শিশু।

বৈবাহিক জীৱনত কোনো ব্যক্তিৰ যদি পূৰ্ব সংসাৰৰ কোনো সন্তান থাকে তেনেহ'লে নুতন সংসাৰত ভূমিষ্ঠ শিশুটি আৰু পূৰ্বৰ সন্তানক পৰস্পৰৰ সতীয়া বুলি কোৱা হয়। মাক-দেউতাক উভয়ৰে মৃত্যুজনিত কাৰণত শিশুক ঘাট-মাউৰা বুলি কোৱা হয় আৰু মাক-দেউতাকৰ পৰিচয় নোহোৱা শিশুক অনাথ বা জহৰা বোলে।

শিশু অধিকাৰ

শিক্ষাৰ সুযোগ লাভ কৰা শিশুৰ অন্যতম মৌলিক অধিকাৰ। অধিকাংশ দেশতেই সামাজিক দায়িত্বৰ অংশৰূপে তথা অভিভাৱকৰ দিকনির্দেশনা আৰু ৰাষ্ট্ৰৰ বাধ্যতামূলক শিক্ষানীতিৰ প্ৰভাৱত শিশু সকল বিদ্যালয়লৈ যায়। , কম বয়সৰ শিশু সকল প্লে-গ্রুপত আনন্দ ও খেলাৰ চলেৰে শিক্ষাগ্ৰহণ কৰে এই প্ৰক্ৰিয়াই শৈশৱকালীন প্ৰাথমিক শিক্ষাক আলোকিত ও আনন্দময় কৰি তোলে। কিন্তু অনুন্নত দেশ বা পশ্চাদমূখী দেশত শিশুসকলে মাজে সময়ে বা প্ৰায়ে মাক-দেউতাকৰ সৈতে শ্ৰমকার্যত অংশগ্রহণ কৰে অর্থ উপার্জনত জড়িত হ'ব লগত পৰে। ই শিশুৰ অধিকাৰ খৰ্ব কৰে। শিশুকাল খেলা-ধূলা আৰু পঢ়া-শুনাৰ সময়। এয়ে শিশুৰ অধিকাৰ।

শিশু মৃত্যু

ষোড়শ শতিকাৰ আৰম্ভণিতে ইংলেণ্ডৰ মানুহৰ গড় আয়ু আছিল মাত্ৰ ৩৫ বছৰ। ইয়াৰ প্ৰধান কাৰণ আছিল জন্মগ্ৰহণকাৰী দুই-তৃতীয়াংশ শিশু ৪ বছৰ বয়সফ পূৰ্বেই মৃত্যুৰ কবলত পৰে।[5] কিন্তু শিল্প বিপ্লৱৰ সময়ত অত্যন্ত নাটকীয়ভাবৱে শিশুৰ গড় আয়ু বৃদ্ধি পাইছিল।[6]

জনসংখ্যাৰ চিত্ৰ জড়িত স্বাস্থ্য বিশেষজ্ঞই জানোৱা মতে শিশু মৃত্যুৰ হাৰ ১৯৯০-ৰ দশকতকৈ যথেষ্ট কমিবলৈ আৰম্ভ কৰে। মাত্ৰ যুক্তৰাষ্ট্ৰেতেই ৫ বছৰৰ কমবয়সী শিশুৰ মৃত্যু ৪২% কমি যায়। আকৌ মালয়েছিয়াৰ হাৰ আছিল প্ৰায় ৭০%।[7]

শিশুৰ বিকাশ

বিকাশ এক অবিৰত প্ৰক্ৰিয়া।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই বিকাশৰ বিভিন্ন স্তৰবোৰ বয়স অনুসৰি সকলোৰে বাবে প্ৰায় একেই, ইয়াৰোপৰি বিকাশৰ প্ৰধান কাৰক দুটাও শিশুৰ বিকাশৰ ক্ষেত্ৰত একেই। এই প্ৰধান আভ্যন্তৰীণ আৰু বাহ্যিক কৰক সমূহক আকৌ বিভিন্ন ভাগত ভগাব পাৰি।

বিকাশৰ কৰক

  1. বংশগত কৰক(Biological/Hereditary Factors): শিশুৰ বিকাশৰ ক্ষেত্ৰত বংশগত কাৰকে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। মাতৃ গৰ্ভত থিতাপি লোৱাৰ সময়ৰ পৰাই শিশুৱে কিছুমান বংশগত বৈশিষ্ট্য জিনৰ জৰিয়তে লাভ কৰে।
  2. মনোবৈজ্ঞানিক কৰক (Psychological Factors)[8]
শিশুৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত মানসিক আৰু সামাজিক কৰকে ক্ৰিয়া কৰে। শিশুৰ মানসিকতাত পৰিৱেশে প্ৰভাৱ পেলায়। পৰিৱেশৰ পৰা শিশুৱে নিজৰ আচৰণ শিকে, কথা ক'বলৈ শিকে,নিজস্ব দৃষ্টিভংগী গঢ়ি তোলে। সামাজিক নীতি বোৰ শিকে। মানসিক বিকাশৰ ক্ষেত্ৰত শিশুক সহযোগিতা আৰু মৰম-চেনেহৰ প্ৰয়োজন।
  1. পৰিৱশগত কৰক (Environmental Factors)[9]
শিশুৰ বংশগত আৰু মানসিক বৈশিষ্ট্য বিকাশৰ ক্ষেত্ৰত পৰিৱেশে প্ৰভাৱ পেলায়। মাতৃৰ গৰ্ভত থিতাপি লোৱা পৰিৱেশৰ পৰা আৰম্ভ কৰি জন্মৰ পাছত লাভ কৰা বাহ্যিক পৰিৱেশে বিকাশ আৰু বাঢ়নত ক্ৰিয়া কৰে।

তথ্যসূত্ৰ

  1. http://www.thefreedictionary.com/Child
  2. Mosby's Dictionary of Medicine, Nursing & Health Professions. Elsevier Health Sciences. 2013. পৃষ্ঠা. 345. ISBN 0323074030. 
  3. "For example, the US Social Security department specifically defines an adult child as being over 18". Ssa.gov. Archived from the original on 1 October 2013. https://web.archive.org/web/20131001072300/http://www.ssa.gov/dibplan/dacpage.shtml। আহৰণ কৰা হৈছে: 9 October 2013. 
  4. "American Heritage Dictionary". 7 December 2007. Archived from the original on 29 December 2007. https://web.archive.org/web/20071229155809/http://www.bartleby.com/61/13/C0291300.html. 
  5. W. J. Rorabaugh, Donald T. Critchlow, Paula C. Baker (2004). "America's promise: a concise history of the United States". Rowman & Littlefield. p.47. সাঁচ:আইএসবিএন
  6. "Modernization - Population Change". Encyclopædia Britannica.
  7. Child mortality rates dropping
  8. [1]
  9. [2]