সমললৈ যাওক

মধ্য ভাৰত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
71 নং শাৰী: 71 নং শাৰী:
==ভাষা==
==ভাষা==
এইটো ক্ষেত্ৰত প্ৰধানতঃ হিন্দী আৰু মধ্য মানৰ হিন্দী কোৱা হয় ৷ অইন হিন্দী বলয়ৰ ভাষা যেনে ছত্তিশগড়ীও ঠাইবিশেষে কোৱা হয় ৷ ইয়াৰ বাহিৰেও ইন্দো-আৰ্য ভাষা, মুন্দ ভাষা, কৰ্কু ভাষা মধ্য ভাৰতত কোৱা হয় ৷
এইটো ক্ষেত্ৰত প্ৰধানতঃ হিন্দী আৰু মধ্য মানৰ হিন্দী কোৱা হয় ৷ অইন হিন্দী বলয়ৰ ভাষা যেনে ছত্তিশগড়ীও ঠাইবিশেষে কোৱা হয় ৷ ইয়াৰ বাহিৰেও ইন্দো-আৰ্য ভাষা, মুন্দ ভাষা, কৰ্কু ভাষা মধ্য ভাৰতত কোৱা হয় ৷
==মধ্য ভাৰতৰ উল্লেখযোগ্য ঠাই আৰু ক্ষেত্ৰ==
*গোৱালিয়ৰ দূৰ্গ
*খাজোৰাহোৰ মন্দিৰ
*ৰাজৱাড়া প্ৰসাদ
*জাহাজ মহল
*উৰ্চ্চা দূৰ্গ
*গুপ্ত মন্দিৰ
*ৰাণী মহল
*ভিমবেটকাত থকা প্ৰাক্-ঐতিহাসিক যুগৰ শিলৰ আশ্ৰয়স্থল<ref>http://www.tourmyindia.com/blog/historical-places-must-visit-central-india/</ref>
[[File:Rani Mahal Jhansi.jpg|thumb|right|300px|ৰাণী মহল ঝাঞ্চি]]
[[File:A Huge prehistoric gateway to rock shelters of Bhimbetka.jpg|thumb|ভিমবেটকাৰ শিলৰ আশ্ৰয়স্থলীলৈ যোৱা এটা বৃহৎ ভিতৰুৱা প্ৰৱেশ-পথ]]


==তথ্যসূত্ৰ==
==তথ্যসূত্ৰ==

13:09, 18 November 2019ৰ সংস্কৰণ

মধ্য ভাৰত
Location of মধ্য ভাৰত
দেশ ভাৰত
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল
বৃহত্তম নগৰ ইন্দোৰ
সৰ্বাধিক জনবহুল ঠাই (2011)
মাটিকালি
 - মুঠ ৪,৪৩,৪৪৩ কি.মি. 
(১,৭১,২১৪.৩ বৰ্গ মাইল)
জনসংখ্যা
 - মুঠ ১০,০৫,২৫,৫৮০ জন
 - জনঘনত্ব ২২৬.৭ প্ৰতি বৰ্গ কি.মি. 
(৫৮৭.১ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (UTC+5:30)
চৰকাৰী ভাষা

মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ ৷[1][2][3] ইন্দোৰ,মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ ৷ আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ৷ এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভিন্ন সাংস্কৃতিক বৈচিত্ৰ্যৰ লোক আছে ৷ অৱশ্যে হিন্দীভাষী লোকৰ সংখ্যা সৰ্বাধিক ৷ মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ক উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড আৰু উত্তৰ ক্ষেত্ৰীয় পৰিষদৰ লগত একত্ৰিত কৰা হৈছে ৷

মধ্য ভাৰতৰ বৃহত্তম চহৰ ইন্দোৰত চলা এখন চিটি বাছ

অৰ্থনীতি

মধ্য ভাৰতৰ অভিহিত মুঠ ঘৰুৱা উৎপাদন হৈছে ১০.২৫ লাখ কোটি ৷ [4][5]

ভাৰতৰ মুঠ বিদ্যুৎ শক্তিৰ ১০.৯৬% মধ্য ভাৰতত উৎপাদন(মূলতঃ কয়লাভিত্তিক শক্তি) হয় ৷ [6]

ভাষা

এইটো ক্ষেত্ৰত প্ৰধানতঃ হিন্দী আৰু মধ্য মানৰ হিন্দী কোৱা হয় ৷ অইন হিন্দী বলয়ৰ ভাষা যেনে ছত্তিশগড়ীও ঠাইবিশেষে কোৱা হয় ৷ ইয়াৰ বাহিৰেও ইন্দো-আৰ্য ভাষা, মুন্দ ভাষা, কৰ্কু ভাষা মধ্য ভাৰতত কোৱা হয় ৷

মধ্য ভাৰতৰ উল্লেখযোগ্য ঠাই আৰু ক্ষেত্ৰ

  • গোৱালিয়ৰ দূৰ্গ
  • খাজোৰাহোৰ মন্দিৰ
  • ৰাজৱাড়া প্ৰসাদ
  • জাহাজ মহল
  • উৰ্চ্চা দূৰ্গ
  • গুপ্ত মন্দিৰ
  • ৰাণী মহল
  • ভিমবেটকাত থকা প্ৰাক্-ঐতিহাসিক যুগৰ শিলৰ আশ্ৰয়স্থল[7]
ৰাণী মহল ঝাঞ্চি
ভিমবেটকাৰ শিলৰ আশ্ৰয়স্থলীলৈ যোৱা এটা বৃহৎ ভিতৰুৱা প্ৰৱেশ-পথ

তথ্যসূত্ৰ

  1. Pocock, R. I. (1939). The Fauna of British India, including Ceylon and Burma. Mammalia. – Volume 1. প্ৰকাশক London: Taylor and Francis Ltd.. পৃষ্ঠা. 212–222. https://archive.org/stream/PocockMammalia1/pocock1#page/n261/mode/2up. 
  2. Nowell, K., Jackson, P. (1996). Wild Cats: Status Survey and Conservation Action Plan. প্ৰকাশক Gland, Switzerland: IUCN/SSC Cat Specialist Group. পৃষ্ঠা. 17–21. ISBN 2-8317-0045-0. http://carnivoractionplans1.free.fr/wildcats.pdf. 
  3. D. K. Harshey & Kailash Chandra (2001). Mammals of Madhya Pradesh and Chhattisgarh. Zoos´ Print Journal 16(12): 659-668 online
  4. "Madhya Pradesh Budget Analysis 2017–18". PRS Legislative Research. http://www.prsindia.org/uploads/media/State%20Budget%202017-18/MP%20Budget%202017-18.pdf। আহৰণ কৰা হৈছে: 9 March 2017. 
  5. "STATE WISE DATA". Central Statistical Organisation, New DelhiEconomic Statistical Organisation Punjab. Archived from the original on 10 March 2017. https://web.archive.org/web/20170310075547/http://www.esopb.gov.in/static/PDF/GSDP/Statewise-Data/state%20wise%20data.pdf। আহৰণ কৰা হৈছে: 17 February 2017. 
  6. "Executive summary of month of November 2015". Central Electricity Authority, Ministry of Power, Government of India. http://www.cea.nic.in/reports/monthly/installedcapacity/2015/installed_capacity-11.pdf। আহৰণ কৰা হৈছে: 15 December 2015. 
  7. http://www.tourmyindia.com/blog/historical-places-must-visit-central-india/