অধীৰ ৰঞ্জন চৌধুৰী
অৱয়ব
অধীৰ ৰঞ্জন চৌধুৰী | |
|---|---|
| লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছ | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১৮ জুন ২০১৯ | |
| পূৰ্বসূৰী | মল্লিকাৰ্জুন খড়গে |
| লোকসভাৰ সদস্য | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ১০ অক্টোবৰ ১৯৯৯ | |
| পূৰ্বসূৰী | প্ৰমোথেশ মুখাৰ্জী |
| সমষ্টি | বহৰমপুৰ |
| ৰেল ৰাজ্যিক মন্ত্ৰী | |
| কাৰ্যকাল ২৮ অক্টোবৰ ২০১২ – ১৬ মে ২০১৪ | |
| প্ৰধানমন্ত্ৰী | মনমোহন সিং |
| পূৰ্বসূৰী | কোট্লা জয়সূৰ্য প্ৰকাশ ৰেড্ডি |
| উত্তৰসূৰী | মনোজ সিনহা ৰাজেন গোহাঁই |
| পশ্চিমবঙ্গ বিধানসভৰ সদস্য | |
| কাৰ্যকাল ১৩ মে ১৯৯৬ – ১০ অক্টোবৰ ১৯৯৯ | |
| পূৰ্বসূৰী | শিশিৰ চৰকাৰ |
| উত্তৰসূৰী | নৃপেন চৌধুৰী |
| সমষ্টি | নবগ্ৰাম |
| ব্যক্তিগত তথ্য | |
| জন্ম | সাঁচ:জন্ম তাৰিখ আৰু বয়স বহৰমপুৰ, পশ্চিমবঙ্গ, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| দাম্পত্যসঙ্গী | শ্ৰীমতী এ. চৌধুৰী |
| সন্তান | ১ কন্যা (হৈমন্তী) |
| বাসস্থান | ৯, হৰিবাবু লেন পি.অ'-কাশিমবজাৰ বহৰমপুৰ - ২ ৱাৰ্ড পশ্চিমবঙ্গ- ৭৪২১০২ |
| জীৱিকা | সমাজ সেৱক, ৰাজনীতিবিদ |
অধীৰ ৰঞ্জন চৌধুৰী (জন্ম ২ এপ্ৰিল ১৯৫৬) এজন ভাৰতীয় জনপ্ৰিয় ৰাজনীতিবিদ। সপ্তদশ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে ভাৰতৰ ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেওঁ পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।[2]