অশোক (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অশোক শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- অশোক - প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ শাসক
- অশোকসুন্দৰী - হিন্দু দেৱী
- অশোক চক্ৰ - ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন
- অশোক চক্ৰ - ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক
- অশোক বন - লংকাৰ ৰাক্ষস-ৰাজ ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা
- অশোক স্তম্ভ - ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
- অশোক ফুল - এবিধ উদ্ভিদ
- অশোক বিজ্ঞান অভিধান - অসমীয়া বিজ্ঞান অভিধান
- অশোক শইকীয়া - ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |