অসম বাৰ্তা
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ফৰমেট | ডাঙৰ পৃষ্ঠা |
---|---|
গৰাকী | তনয় বৰা |
প্ৰতিষ্ঠাপক | তনয় বৰা |
প্ৰকাশক | অসম বাৰ্তা প্ৰকাশন |
সম্পাদক | তনয় বৰা |
প্ৰতিষ্ঠা | ২০ এপ্ৰিল ২০২০ |
মুখ্য কাৰ্যালয় | এ.বি. বিল্ডিং, গড়মূৰ-৭৮৫১০৪ মাজুলী, অসম |
ভগ্নী কাকত | Mirror of India |
ৱেবছাইট | asombarta |
অসম বাৰ্তা (ইংৰাজী: Asom Barta) এখন অসমীয়া ভাষাৰ বাতৰি কাকত আৰু ডিজিটেল নিউজ মেডিয়া। 'অসম বাৰ্তা' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাকতখন প্ৰতি সোমবাৰে মাজুলীৰ পৰা প্ৰকাশ পাই আহিছে। ২০২০ চনৰ ২০ এপ্ৰিল তাৰিখে প্ৰথম সংখ্যা প্ৰকাশ পাইছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
প্ৰকাশ
[সম্পাদনা কৰক]'অসম বাৰ্তা'ৰ প্ৰকাশক হৈছে 'অসম বাৰ্তা' প্ৰকাশন। এই কাকতখনৰ ইণ্টাৰনেট সংস্কৰণো উপলব্ধ।
কাৰ্যালয়
[সম্পাদনা কৰক]বাতৰি কাকতখনৰ মুখ্য কাৰ্যালয় মাজুলীৰ সদৰ গড়মূৰৰ এ.বি. বিল্ডিঙত অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন]